AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

গধূলিৰ গীত (Gadhulir Geet)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ড০ ৰূপশ্ৰী গোস্বামী (Dr. Rupashree Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS121
Email
Share on Google+
Description

ৰূপশ্ৰী গোস্বামীৰ প্ৰায়বোৰ গল্পৰ আটাইতকৈ উল্লেখযোগ্য গুণটো হল গল্পবোৰত তেওঁৰ ভূমিকা পাঠকতকৈ অলপো পৃথক নোহোৱাটো৷ তেওঁ গল্পটোৰ কতো পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে অংশ লোৱা নাই৷ যি অনুভৱে কাহিনীটো কবলৈ গল্পকাৰক উদ্বুদ্ধ কৰিছিল, সেই অনুভৱ কাহিনীৰ বর্ণনাতে সীমাবদ্ধ কৰি ৰাখিব পৰাটো গল্পকাৰৰ উল্লেখযোগ্য কৃতিত্ব৷ গতিকে কতো শ্লগানৰ (বিজ্ঞাপন) লেশ মাত্ৰও নাই৷ যিটোৰপৰা বহু নামী-দামী লেখকেও হাত সাৰিব নোৱাৰে৷

বিনয় মোহন শইকীয়া

দৈনিক জনমভূমি

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous