AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিজ্ঞানেৰে জীৱনৰ বোধ খণ্ড ১ (Bigyanere Jiwanar Bodh Part 1)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author ড০ দীনেশ চন্দ্ৰ গোস্বামী (Dr. Dinesh Chandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS123a
Email
Share on Google+
Description

বিজ্ঞানেৰে প্ৰেমৰ সন্ধান

প্ৰেম সঁচাই অন্ধ আৰু আৱেগ-সম্পৃক্ত হয়নে?

এটা কথা জানো মাথোঁ

জীৱনৰ যত দৈন্য, সঁচা-মিছা

পংক পাৰ হই,

ফুলিছোঁ পদুম দুটি

ওঁঠতে লগাই ওঁঠ, মনোৰমা৷

তুমি আৰু মই৷

-- দেৱকান্ত

 

স্বৰ্গীয় বস্তুপ্ৰেমৰ ব্যাখ্যা বাৰু শৰীৰৰ অংগৰ বিক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সহায়ত আগ বঢ়াব পাৰিনে? পদার্থবিজ্ঞান, ৰসায়ন আৰু শৰীৰবিজ্ঞানৰ ফালৰপৰা প্ৰেমৰ গুণাগুণ নির্ণয় কৰিব পৰা যায়নে?

প্ৰেমৰ বৈজ্ঞানিক বা শৰীৰবৈজ্ঞানিক ভিত্তি সম্পর্কে যোৱা কেইটামান মাহত উচ্চ পর্য্যায় বৈজ্ঞানিক আলোচনীৰপৰা আৰম্ভ কৰি জনপ্ৰিয় বিজ্ঞানৰ আলোচনীলৈকে আটায়ে ইমানবোৰ তথ্য মেলি দিব লাগিছে যে প্ৰেমৰনো আচল ভিত্তি কি তাক লৈ বিজ্ঞানী আৰু অনুসন্ধিৎসু লোক সকলো খেলিমেলিতহে পৰি গৈছে৷

স্তন্যপায়ী প্ৰাণী মাত্ৰৰেই মাতৃ আৰু সন্তানৰ মাজৰ বান্ধোন কট্‌কটীয়া কৰা ৰসায়ন অক্সিটছিনে (oxytocin) প্ৰেমৰ অদৃশ্য জৰী হিচাবেও কাম কৰে৷ এই দৃষ্টিৰে চালে যৌৱনৰ মোহন গৌৰৱপ্ৰেমো অপত্য স্নেহৰ দৰেই৷ ইয়াৰ বাহিৰেও ভেছপ্ৰেছিন (vesopressin) নামৰ আন এবিধ প্ৰৰসে প্ৰেম দীর্ঘদিনলৈ সজীৱ কৰি ৰাখে৷ ডপামাইন (Dopamine) নামৰ আন এবিধ প্ৰৰসে আকৌ প্ৰেমৰ তীব্ৰতা আনি দিয়ে৷ আনহাতে শৰীৰৰ ছেৰটনিন (serotonine) নামৰ এবিধ ৰসায়নক উপশমক ঔষধেৰে (suppressor) বাধা দিব পাৰিলেও প্ৰেমৰ অনুভূতি তীব্ৰ হৈ পৰে৷

…………

বিভিন্ন স্থানত প্ৰকাশিত ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ বিজ্ঞানৰ প্ৰৱন্ধৰ সংকলন

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous