AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিজ্ঞানেৰে জীৱনৰ বোধ খণ্ড ২ (Bigyanere Jiwanar Bodh Part 2)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author ড০ দীনেশ চন্দ্ৰ গোস্বামী (Dr. Dinesh Chandra Goswami)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS124
Email
Share on Google+
Description

নকলেও জানো নে কি আপোনাৰ মনৰ সিদ্ধান্ত?

আইকণক চাবলৈ লৰা, ৰাৰ বন্ধু, মহাক আৰু দেউতাক আহিছিল৷ ছোৱালী চাই, চাহ-জলপান খাই তেওঁলোকে দুই-এদিনৰ ভিতৰতে সকলো জনাব বুলি অতি ভদ্ৰভাৱে কৈ বিদায় ললে৷

কিন্তু তেওঁলোকে পিছ দিয়াৰ লগে লগে আমাৰ আইকণৰ দেউতাকচোন উৎফুল্ল হৈ উঠিল৷ তেওঁ ডেও দি দি আহি একেবাৰে পাকঘৰলৈ গৈ আইকণৰ মাকক কলে, ‘‘হেৰা শুনিছা, কাম এটা হৈ গল দিয়া৷ এতিয়া বিয়াখন কেতিয়াকৈ পাতা ঠিক কৰা৷’’

কেনেকৈ জানিলে তেওঁ দৰাঘৰীয়াৰ ইতিবাচক সিদ্ধান্ত?

 

‘‘ইমান দাম নে ইলিছ মাছৰ? দুশ টকাকৈ দিয়া৷’’

‘‘নাই, বাইদেউ, দুশ ত্ৰিছ কিনা দাম৷’’

‘‘আৰু দহ টকা দিছোঁ, দিয়া৷’’

‘‘নাই, বাইদেউ, নোৱাৰি একেবাৰে৷’’

‘‘ঠিক আছে, নালাগে তেনেহলে৷ হেৰা, চিতল-খৰীয়াকে লওঁ বলা৷ বলা আকৌ৷’’ এইবুলি পেটুৱা গিৰিয়েকক টানি নিয়াদি তেওঁ লৈ গল৷

‘‘অলপ কমাই নিদিলি কেলেই? গুচি গ, দেখিছ,’’ লগৰ বেপাৰী হলধৰে বীৰেনক কলে৷ গাহকহেৰুৱালি৷’’

বীৰেনে বিজ্ঞৰ হাঁহি মাৰিলে৷ ‘‘আহিব, ঘূৰি আহিব৷’’ এইবুলি সি চকু দুটা মুদাৰ কৰি হলধৰক ইংগিত দিবলৈ নাপালেই ছাৰ আৰু বাইদেউ ঘূৰি আহিল৷

‘‘দুশ ত্ৰিছতকৈ কম নকৰা তেনেহলে? হুঁ? দিয়া, ইলিছ লওঁ বুলি আহছিলোঁ যেতিয়া ইলিছকে লওঁ আৰু! ডাঙৰটোকে জোখা৷’’

বীৰেনে বাৰু কেনেকৈ আগতীয়াকৈ জানিছিল বাইদেউৰ সিদ্ধান্ত?

…………

বিভিন্ন স্থানত প্ৰকাশিত ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ বিজ্ঞানৰ প্ৰৱন্ধৰ সংকলন

Reviews

There are no reviews for this book yet.

Related Books