AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

এন্‌ ফ্ৰাঙ্কৰ ডায়েৰি (Anne Frank Diary)

Rating: 0/5
Price of print book:₹ 140
Our Price:
₹ 110
Author গীতা উপাধ্যায় (Gita Upadhyay)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS126
Email
Share on Google+
Description

চৈধ্য বছৰীয়া ইহুদী কিশোৰী এন্ ফ্রাঙ্কে লিখা দিনপঞ্জীখনেই হৈছে এন্ ফ্রাঙ্কৰ ডায়েৰি। কিশোৰ-কিশোৰীয়ে ডায়েৰি লিখাটো একো আচৰিত কথা নহয়। আকৌ এই বয়সৰ লৰা-ছোৱালীৰ ডায়েৰিত বিশেষ বিষয়বস্তু থকাৰ কথাও নহয়। কিন্তু এনৰ ডায়েৰি এই ক্ষেত্রত এটা ব্যতিক্রম, ই কেৱল দিনপঞ্জীয়েই নহয়, দ্বিতীয় মহাযুদ্ধত মানৱতাৰ ওপৰত চলা ঘৃণিত অত্যাচাৰৰো মর্মস্পর্শী বিৱৰণ; কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত হঠাতে ভয়াবহ বাস্তৱত খুন্দা খাই আচৰিত ধৰণে পুষ্ট হোৱা এটা কোমল, চিন্তাশীল মনৰ অতি সূক্ষ্ম বিশ্লেষণ। এসময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টৰ পত্নী এলিনৰ ৰুজভেল্টে ডায়েৰিখনৰ আমেৰিকান এডিচনৰ পাতনিত লিখিছে- “It is one of the wisest and most moving commentaries on war and its impact on human being I ever read.”

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous