AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

পুৱতি তৰা (Puwati Tora)

Rating: 5/5
Price of print book:₹ 130
Our Price:
₹ 100
Author কাঞ্চন বৰুৱা (Kanchan Baruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS128
Email
Share on Google+
Description

পঢ়া.....

কাগজখন হাতত লৈ সুশান্তই পঢ়াৰ আগতে এবাৰ বুঢ়াৰ মুখলৈ চাই লাহেকৈ প্রশ্ন কৰিলে-

কি এইখন.....?”

বৃদ্ধ গৱর্ণৰে প্রায় ভেকাহি মাৰি উঠিল-

পঢ়া! মই পঢ়িবলৈ কৈছোঁ! প্রশ্ন কৰিবলৈ কোৱা নাই!

পৰিষ্কাৰকৈ টাইপ কৰা কাগজখনত বৰ বেছি বিশ কি পঁচিশ শাৰী কথা- কিন্তু তাৰ মাজেদিয়েই যেন সম্পূর্ণ হৈ আছে সুশান্তৰ গোটেই ভৱিষ্যৎ কর্মজীৱনৰ পৰিপূর্ণ কর্মসূচী। সেই ব্যৱস্থা ইমান বিচিত্র, ইমান আকস্মিক, ইমান বিশ্বাসৰ অযোগ্য যে তাক পঢ়ি সুশান্তই একো হৃদয়ঙ্গম কৰিব নোৱাৰিলে-

আকৌ এবাৰ সি প্রথমৰপৰা শেষলৈকে মনোযোগ দি কাগজখন পঢ়িলে। তাৰ পাছত লাইকে তাক গৱর্ণৰৰ টেবুলত থৈ তলমূৰ কৰি বহি ৰল-

-----------

সুশান্তৰ কি হ? কুঁৱৰীৰ কি হ? প্ৰিঞ্চেছৰ কি হ? সুশান্তই পালেনে কুঁৱৰীক বিচাৰি?

কাঞ্চন বৰুৱাৰ উপন্যাস পুৱতি তৰা

Reviews

....
britul sharma
More reviews

Related Books

Customers who bought this also bought ...