AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

Last Visited

মৌ-সৰা (Mou-Sora)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author বন্তি শেনচোৱা (Bonti Senchowa)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS133
Email
Share on Google+
Description

শেনচোৱাৰ দৃষ্টিকোণ পৰিস্কাৰ৷ এই দৃষ্টিকোণক মানবতাবাদে নিৰ্ণয় কৰিছে৷ এই মানবতাবাদ অমাৰ সংস্কৃতিৰ পৰম্পৰাত দলৈকে শিপা মেলি আছে৷ অসমীয়া গ্ৰামীণ সংস্কৃতিৰ ঐতিহাসিক চেতনা থকাৰ বাবে লেখিকাই পৰিবৰ্ত্তনৰ সোঁতক সেই চেতনাৰে অনুভৱ কৰিছে৷

ড০ আনন্দ বৰমুদৈ

 

মোৰ আটাইতকৈ ভাল লগা কথাটো হল বন্তিৰ গল্প কোৱাৰ ধৰণ৷ আংগিক, ষ্টাইল একেবাৰেই নতুন৷ শব্দ একোটাই অৰ্থবহ বাক্যৰ কাম কৰিছে

নিৰুপমা বৰগোহাঞি

 

পাঠকৰ বুদ্ধিমত্তা আৰু দায়িত্বৰ প্ৰতি গল্পকাৰ শেনচোৱাৰ আস্থা প্ৰবল৷ তেওঁ বিচাৰে পাঠকে নিজ সংবেদনশীলতাৰে গল্পৰ অন্তৰ্বৃত্ত পৰিসৰ আৰু শূন্যায়তন (unexplored space) ৰ দ্বিবাচনিকতা (dialogue) ৰ পৰা স্বাধীনভাৱে গল্পৰ মৰ্ম উপলব্ধি কৰক৷ সেইবাবেই তেওঁৰ গল্পৰ ভাঁজে-ভাঁজে থাকে ভাষা আৰু পৰিভাষা (meta language) ৰ দ্বিৰালাপ৷ ভালেৰিৰ এটি মন্তব্যই উপৰোক্ত কথাখিনি অধিক স্পষ্ট কৰিব পাৰে- “The short story’s success often lies in conveying a sense of unwritten or even unwriteable things: the story teller accepts the limitations of his art, and makes his freedom an aspect of those same restrictions.”

ইমৰাণ হুছেইন

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...