AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

পদ্যৰ ধেমালি (Padyar Dhemali)

Rating: 0/5
Price of print book:₹ 40
Our Price:
₹ 30
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS144
Email
Share on Google+
Description

যেতিয়াই দৰকাৰ হয়, তেতিয়াই মই পদ্য একোটা লিখি কামটো চলাই দিবলৈচেষ্টা কৰিছিলো৷ ৰংঘৰনামৰ আলোচনীখনৰ অকণিহঁতৰ বাবে থকা শিশুৰ ৰংঘৰ-সুন্দৰনামৰ পৃষ্ঠাকেইটা মই কিছুদিন সম্পাদনা কৰিছিলো৷ সেয়া বিছ বছৰমানৰ আগৰ কথা৷ তেতিয়া অভাৱ পূৰাবলৈ নিজে কেইটামান পদ্য লিখিছিলো৷ পাছত সফুঁৰানামৰ আলোচনীখন সম্পাদনা কৰোঁতেও মাজে-মজে দুই-এটা পদ্য লিখিবলগীয়াত পৰিছিলো৷ সেই পদ্যবিলাকত মই লেখক হিচাপে নিজৰ নাম ব্যৱহাৰ কৰা নাছিলো৷ বেছিভাগতে প্ৰিয়বন্ধুনামটো ব্যৱহাৰ কৰিছিলো৷ এতিয়া ভাবিছোঁ,- ভাল হওক বেয়া হওক,- এই পদ্যবিলাক পেলনি যাব নালাগে৷

ভবেন্দ্ৰ নাথ শইকীয়া

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...