AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মানুহ হোৱাৰ গৌৰৱ (Manuh Howar Gourav)

Rating: 0/5
Our Price:
₹ 20
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS151
Email
Share on Google+
Description

ৰবাৰ্ট ফেল্‌কন স্কটৰ জীৱনৰ প্রধান উচ্চাকাংক্ষা আছিল এয়ে যে পৃথিৱীৰ আটাইতকৈ দুর্গম ঠাই দক্ষিণ মেৰুত গৈ ভৰি দিয়া প্রথম মানুহজন তেৱেঁই হব। কিন্তু সেই চেষ্টাত তেওঁ কৃতকার্য নহল। সেইটো এটা বৰ কৰুণ কাহিনী।

মানুহে অৱশেষত দক্ষিণ মেৰু জয় কৰিছিল। নির্জন আৰু নীৰৱ দক্ষিণ মেৰুত মানুহে নিজৰ জয়ৰ পতাকা উৰুৱাইছিল। মানুহে যে একোতেই হাৰ নামানে সেই কথা মানুহে আৰু এবাৰ প্রমাণ কৰি দেখুৱাইছিল।

কিন্তু দক্ষিণ মেৰুত নিজৰ আৰু নিজৰ দেশৰ জয়ৰ পতাকা উৰুওৱা প্রথম মানুহজন ৰবাৰ্ট ফেল্‌কন স্কট নাছিল। অথচ দক্ষিণ মেৰু অভিযানৰ কাহিনীবোৰৰ ভিতৰত স্কটৰ কাহিনীয়েই আটাইতকৈ বীৰত্বপূৰ্ণ৷ যিজন মানুহে স্কটক পিছ পেলাই থৈ গৈ দক্ষিণ মেৰুত ভৰি দিয়া প্রথম মানুহ হোৱাৰ গৌৰৱ অর্জন কৰিলে তেওঁতকৈ স্কটৰ কাহিনী মানুহে বেছি শ্রদ্ধাৰে সোঁৱৰে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...