AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কুশীলৱ (Kushilaba)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 40
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS153
Email
Share on Google+
Description

কুশীলৱ প্ৰথম প্ৰকাশ হোৱাৰ সময়ত লেখকে এই বুলি ঘোষণা কৰিছিল যে উপন্যাসৰ কাহিনীটো সম্পূৰ্ণ কাল্পনিক; তাত অংকিত চৰিত্ৰবোৰৰ লগত কোনো বাস্তৱৰ চৰিত্ৰ মিল নাই৷ যদিও সেই সময়ত পৰিস্থিতিৰ হেঁচাত লেখকে মিছা কব লগীয়া হৈছিল, তথাপি মূল কাহিনীটোৰ এটা বাস্তৱ ভিত্তি আছে৷ সেয়া হল ১৯৬৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটীত সংঘটিত ৰহস্যময় সাম্প্ৰদায়িক সংঘৰ্ষ৷ হয়তো উপন্যাসখনৰ চৰিত্ৰবোৰো সম্পূৰ্ণ কাল্পনিক নহয়৷ কুশীলৱপ্ৰকাশ হোৱাৰ পাছত এটা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই উপন্যাসখনৰ ঘটনা আৰু চৰিত্ৰবোৰৰ বিষয়ে তদন্ত কৰিছিল বুলি শুনা গৈছিল৷ কিন্তু এতিয়াৰ ৰাজনৈতিক ক্ষেত্ৰতে ঘটি থকা বহুতো ৰহস্যময় ঘটনাৰ পূৰ্বাভাষ এই উপন্যাসখনত পোৱা যায়৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous