AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মিতব্যয়িতা আৰু সঞ্চয় (Mitabyayita Aaru Sanchay)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author গৌতম প্ৰসাদ বৰুৱা (Gautam Prasad Barua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS155
Email
Share on Google+
Description

আৰ্হি সমৰ্থিত উপদেশহে উপাদেয়

 

যোৱা প্ৰায় দুটা দশকত সমগ্ৰ অসমীয়া জাতিটোক প্ৰকৃতাৰ্থত উদ্বুদ্ধ কৰিবলৈ পৰিকল্পিতভাৱে যিসকলে অকলশৰীয়াকৈও চেষ্টা কৰি আহিছে তেখেতসকলৰ মাজত অন্যতম হল গৌতম প্ৰসাদ বৰুৱা৷ আকালো নোহোৱা, ভঁৰালো নোহোৱা অৱস্থাৰে পেটে-ভাতে খাই থাকিবলৈ পালেই সন্তুষ্ট হোৱা অসমীয়া মানুহখিনিক শ্ৰীবৰুৱাই তেখেতৰ যুক্তিপূৰ্ণ ধাৰাবাহিক লেখাৰে আধুনিক অৰ্থনৈতিক ব্যৱস্থাই আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰি লাভৱান হোৱাৰ ক্ষেত্ৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰি আহিছে৷ উচিত পৰিকল্পনা, জ্ঞান আৰু সৎবুদ্ধিৰে সীমিত উপাৰ্জনৰ লোক এজনেও সঞ্চয় আৰু বিনিয়োগৰ যোগেদি সম্পদ বৃদ্ধি কৰাৰ সজ উপায় আছে৷ আমি যিমান পায়, সিমান খায়স্বভাৱ যে পৰিত্যাগ কৰিব লাগে আৰু ভবিষ্যতৰ বাবে চিন্তা কৰিব লাগে সেইষাৰ কথা গৌতম প্ৰসাদ বৰুৱাই সঘনে সকিয়াই আহিছে৷ মই এই কথাত নিশ্চিত যে মোৰ দৰে বহুতেই ইতিমধ্যে তেখেতৰ পথ প্ৰদৰ্শনৰ দ্বাৰা উপকৃত হৈছে৷

 

সততা আৰু অধ্যবসায়েৰে নিজৰ জীৱনত প্ৰশংসনীয় কৃতিত্ব লাভ কৰা গৌতম প্ৰসাদ বৰুৱাই আৰ্হিৰেও  তেখেতৰ উপদেশসমূহৰ গ্ৰহণযোগ্যতা বঢ়াইছে৷

 

প্ৰদীপ বৰুৱা

সম্পাদক, প্ৰান্তিক

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...