AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিলে (Bile)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author গৌতম প্ৰসাদ বৰুৱা (Gautam Prasad Barua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS178
Email
Share on Google+
Description

বিলে এখন অনৱদ্য উপন্যাস৷ লেখকৰ পৰিপক্ক বয়সৰ প্ৰজ্ঞা, অভিজ্ঞতা আৰু গৱেষণাৰ ফলশ্ৰতি এই গ্ৰন্থ৷ স্বামী বিবেকানন্দৰ ঘৰুৱা নাম যে বিলে”, এই কথা আগেয়ে নাজানিছিলোঁ, জানিলোঁ সু-লেখক, অৰ্থনীতিবিদ গৌতমপ্ৰসাদ বৰুৱাৰ স্বামী বিবেকানন্দৰ জীৱনভিত্তিক অনন্য উপন্যাস বিলেপঢ়ি৷ আধুনিক ভাৰতীয় সভ্যতাৰ আধ্যাত্মিক দৰ্শন চৰ্চা কৰিব খুজিলেই প্ৰথমেই নাম উচ্চাৰিত হস্বামী বিবেকানন্দৰ৷ স্বামী বিবেকানন্দক কেন্দ্ৰ কৰি ইয়াৰ আগেয়ে উপন্যাস পঢ়া মনত নপৰে৷ গৌতমপ্ৰসাদ বৰুৱাই যথেষ্ট পৰিশ্ৰম, সংবেদনশীলতা আৰু মননশীলতাৰে বিলেউপন্যাসখন লিখিছেও৷ আমি ভাবোঁ-অসমীয়া সাহিত্যত বিলেএক অভিনৱ সংযোজন৷

 

অনুৰাধা শৰ্মা পূজাৰী

Reviews

There are no reviews for this book yet.

Related Books