AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ৰাগ বিৰাগ (Rag Birag)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 60
Author দিলীপ বৰা (Dilip Bora)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS179
Email
Share on Google+
Description

এজন গায়কৰ এখন ছবি আছিল মোৰ মনৰ মাজত৷ তেওঁ লিখা, সুৰ দিয়া আৰু এক অনন্য কণ্ঠেৰে গোৱা সেই গীতবোৰেই অসমৰ বাহিৰত আছিল অসমীয়াৰ পৰিচয়, ছয় দশক ধৰি৷ সময়ৰ অগ্ৰগতিৰ পক্ষীৰাজত উঠি সকলো হেঙাৰ ভাঙি আগুৱাই যাব খোজা সেই দূৰন্ত তৰুণজনেও কিন্তু সময়ক পৰাস্ত কৰিব নোৱাৰিলে৷ তেল কমি অহা চাকিৰ শলিতাৰ দৰেই স্তিমিত হৈ আহিছিল ধীৰে ধীৰে সৃষ্টিকর্মী লক্ষজনক দৃষ্টি দিব খোজা তেওঁৰ কলমৰ শক্তি, বজ্ৰৰ শক্তিৰে শক্তিশালী কণ্ঠৰুদ্ধ কোনো সুগায়কৰ সুধাকণ্ঠ হব খোজা উদাত্ত কণ্ঠ, সুৰুযৰ স্পর্শই ঢুকিকে নোপোৱা, শতাব্দীৰ এন্ধাৰে কলিজা কপোৱা অৰণ্য ভাঙি শত গুহাৰ ৰহস্য ভেদি, দেশী বিদেশী হাজাৰ সর্পিনীক বশীভূত কৰিব খোজা উদ্দাম যৌৱন৷

প্ৰতিজন অসমীয়াৰ প্ৰাণৰ কোঁহে কোঁহে সোমাই থকা ভূপেনদাৰ পৰি অহা স্বাস্থ্যই মোক নতুন প্ৰজন্মৰ শিল্পীসকলৰ মাজত ভূপেনদাই সৃষ্টি কৰি থৈ যোৱা ঐতিহ্য অব্যাহত ৰাখিব পৰা কোনোবা এজনৰ সন্ধান কৰিবলৈ আগ্ৰহান্বিত কৰি তুলিলে৷ সেই জিজ্ঞাসাৰে ফলশ্ৰুতি মোৰ এই নতুন প্ৰয়াস ৰাগ-বিৰাগ

 

 

দিলীপ বৰা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168