AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সহজলভ্য পুষ্টিকৰ খাদ্য (Sahajlabhya Pustikar khadya)

Rating: 0/5
Price of print book:₹ 30
Our Price:
₹ 20
Author গুণাৰাম খনিকৰ (Gunaram Khanikar)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS183
Email
Share on Google+
Description

অতি পৰিতাপৰ বিষয় যে- আমাৰ দেশত পুষ্টিকৰ খাদ্যৰ অভাবত প্রতি বছৰে হাজাৰ হাজাৰ শিশু মৃত্যু মুখত পৰে আৰু বহুতো নানা ৰোগত আক্ৰান্ত হয়। বিশেষকৈ গর্ভৱতী মাতৃ আৰু শিশু পুষ্টিহীনতা ৰোগত ভোগা প্ৰায়ে দেখা যায়। খাদ্যৰ অভাৱেই পুষ্টিহীনতাৰ একমাত্ৰ কাৰণ নহয়। গাঁৱে-ভূঁঞে, নগৰে-চহৰে নানা পুষ্টিকৰ খাদ্য সহজতে পোৱা যায় যদিও সেই বিলাকৰ বিষয়ে সম্যক জ্ঞান নথকাৰ কাৰণে বা সচেতনহীনতাৰ বাবে নতুবা অন্য যি কাৰণতেই নহওক অধিকাংশ সৰ্বসাধাৰণ লোক পুষ্টিহীনতাৰ কৱলত পৰে। সেয়েহে দেহৰ প্ৰয়োজনীয় খাদ্য উপাদানৰ অভাবত হব পৰা ৰোগ সমূহ সহজে আৰু কম খৰচতে যাতে প্রতিৰোধ আৰু আৰোগ্য কৰি সকলোৱে যাতে দেহ মন সুস্থ আৰু সৱল কৰি সুখ শান্তিৰে থাকিব পাৰে- এই উদ্দেশ্য আগত ৰাখি পুস্তিকাখনি প্ৰস্তুত কৰা হৈছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous