AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

ৰোগ নিৰাময় আৰু সৌন্দৰ্য চৰ্চাত বনদৰবৰ গুণাগুণ (Rog Niramay Aaru Soundarya Charchat Bandarabar Gunagun)

Rating: 0/5
Price of print book:₹ 110
Our Price:
₹ 90
Author গুণাৰাম খনিকৰ (Gunaram Khanikar)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS185
Email
Share on Google+
Description

বেমাৰ হলে চিকিৎসা কৰাতকৈ বেমাৰ নোহোৱাকৈ কেনেদৰে থাকিব পাৰি সেইয়া আমাৰ সকলোৰে কাৰণে অতি গুৰুত্বপূর্ণ কথা। আমি প্রায় সকলোৱে ঋতুনুযায়ী ব্যৱহাৰ কৰি অহা বিভিন্ন শাক-পাচলি, ফল-মূল আদিয়ে আমাৰ ৰোগ প্রতিৰোধ, নিৰাময় কৰি- সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱাত অৰিহণা আগবঢ়াই আহিছে। আমাৰ সকলোৰে জ্ঞাত যে দ্ৰব্য গুণৰ ফলতেই জীৱৰ উৎপত্তি, স্থিতি আৰু বৃদ্ধি হৈছে। ঠিক, সেইদৰে দ্ৰব্যৰ ব্যৱহাৰৰ ওপৰতে জীৱনৰ অনিষ্ট আনকি প্রাণ নাশো হব পাৰে। সেয়েহে কোন দ্ৰব্য বস্তুত কি গুণ আছে তাক সকলোৱে জনা উচিত। বিশেষকৈ, আমি নিত্য ব্যৱহাৰ কৰা খাদ্য দ্ৰব্যই বা আমাৰ পিৰালি কঁইটালি, বাৰীয়ে চোতালে সহজে পোৱা গছ বনে সৰু বৰ বিভিন্ন ৰোগ কেনেদৰে প্রতিৰোধ আৰু নিৰাময় কৰিব পাৰি সেই বিষয়ে এই গ্রন্থ খনিত আলোচনা কৰিবলৈ প্রয়াস কৰা হৈছে। এই গছ-গছনি বিলাকৰ চমু পৰিচয়ও দাঙি ধৰা হৈছে।

মানুহ সৌন্দর্য প্ৰিয়। অনাদি কালৰ পৰাই মানুহে সৌন্দর্য চর্চা কৰি আহিছে। এই সৌন্দর্য চর্চা ক্ষেত্রতো বিভিন্ন গছ-বন, ফল-মূলৰ আদিৰ প্রভাৱ অপৰিসীম, অতি কম খৰচতে কোনো পার্শ্ব প্রতিক্রিয়া নোহোৱাকৈ ঘৰতে অতি সহজে এনে গছ-বন, ফল-মূলৰ দ্বাৰা সৌন্দর্য চর্চা কেনেকৈ কৰিব পৰা হয় এই বিষয়েও আলোচনা কৰা হৈছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...