AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কিতাপ পঢ়াৰ আনন্দ (Kitap Porhar Aananda)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 30
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS187
Email
Share on Google+
Description

অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ লব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব৷ এই কথা সকলোৱে জানে যে অসমৰ মানুহে কিতাপ খুব কম পঢ়ে৷ তেওঁলোকৰ মনত কিতাপৰ প্ৰতি অনুৰাগ কেনেকৈ বঢ়োৱা যায় সি এটা ডাঙৰ সমস্যা। কিন্তু এটা কথা ঠিক যে ছাত্ৰ অৱস্থাতেই যদি মানুহৰ মনত কিতাপৰ প্ৰতি আগ্রহ সৃষ্টি নহয় তেন্তে পিছলৈ সেই আগ্রহ সৃষ্টি কৰা সম্ভৱ নহয়। পৃথিৱীৰ উন্নত দেশবোৰত মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ অবিৰাম চেষ্টা কৰা হয়৷ কিতাপ কিয় পঢ়িব লাগে আৰু কেনেকৈ পঢ়িব লাগে সেইবোৰ কথা শিকাবলৈ নানা কিতাপো লিখা হয়, আমাৰ দেশত তেনে প্ৰচেষ্টা খুব কমেই চকুত পৰে৷ ছাত্ৰ-ছাত্ৰীৰ মনত কিতাপৰ প্ৰতি অনুৰাগ সৃষ্টি কৰিবলৈ আৰু কিতাপ কেনেকৈ পঢ়িব লাগে সেই কথা শিকাবলৈ এই সৰু পুথিখনিত এটি সামান্য চেষ্টা কৰা হৈছে।

 

হোমেন বৰগোহাঞি

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous