AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অলপ চিন্তা অলপ গদ্য খণ্ড ১ (Olop Chinta Olop Gadya Part 1)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 40
Author অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sharma Pujari)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS188
Email
Share on Google+
Description

অতি প্রাচীন পৃথিৱীত মানুহ অঘৰী আছিল। তেওঁলোকে খাদ্যৰ সন্ধানত দূৰ-দূৰণি ভ্রমণ কৰিছিল। তেওঁলোক কিছুদিনৰ বাবে যি ঠাইত আছিল, সেই ঠাইতে তেওঁলোকৰ খাদ্যৰ উচ্ছিষ্ট, মল-মূত্ৰ ইত্যাদি পেলাই থৈ আহিছিল। কিন্তু যেতিয়াৰপৰা মানুহে স্থায়ীভাৱে গাঁও পাতি বসবাস কৰিবলৈ ললে, তেওঁলোকৰ প্রধান সমস্যা হৈ উঠিল, তেওঁলোকৰ আৱর্জনাবোৰ কত থ? ইমানদিন এই আৱর্জনা তেওঁলোকৰ যে চিন্তাৰ এটা বিষয় হব পাৰে সেয়া ভাবেই অহা নাছিল। মানুহ এখন ঠাইত বসবাস কৰিবলৈ লওঁতে, প্রথম যিদৰে প্ৰথম যিদৰে আৱশ্যকতা আহে, ঠিক তেনেদৰে প্রতিদিনে এজন মানুহ আৰু এটা পৰিয়াল আৰু পোহনীয়া জীৱ-জন্তুৰ পৰিত্যাগ কৰা আৱর্জনাবোৰৰ এটা ব্যৱস্থা কৰাৰ চিন্তা প্ৰাথমিকভাৱে আহে।

অঘৰী মানুহে ঘৰ পাতি বাস কৰিবলৈ যাওঁতে আৱর্জনাৰ সমস্যা সমাধানৰ যিবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল, সেই চিন্তাই মানৱ সভ্যতাৰ প্রথম ইতিবাচক চিন্তা বুলি গণ্য কৰা হয়।

 

আজিৰ আধুনিক সভ্যতাই মানুহৰ মন আৰু চিন্তাৰ মাজত নিত্য-নতুন আৱর্জনা সিঁচি দিছে প্রতি চেকেণ্ডত। অলপ চিন্তা অলপ গদ্যএনে আৱর্জনা আঁতৰোৱাৰ সামান্য চেষ্টা।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...