AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কৃপাবৰ বৰুৱাৰ উইল (Kripabar Baruar Will)

Rating: 0/5
Price of print book:₹ 30
Our Price:
₹ 20
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS193
Email
Share on Google+
Description

এইখনেই মোৰ শেষ উইল (Will) আৰু ইচ্ছাপত্ৰ (Testament)ইয়াৰ দ্বাৰাই মই আগেয়ে কৰা এটাইবোৰ উইল ৰদ কৰিলোঁ।

মই মোৰ বৰঘৈণী শ্ৰীমতী সুকৃতি দেৱীক আৰু সৰুঘৈণী শ্ৰীমতী দুষ্কৃতি দেৱীক মোৰ এক্‌জিকিউটিভচ্‌অৰ্থাৎ ইচ্ছাপত্ৰানুযায়ী কাৰ্যনিৰ্বাহিকা পাতিলোঁ; আৰু দুই সতিনীয়েকক এই আদেশ দি যাওঁ যে মই মৰি যোৱাৰ পিছত মোৰ যি যথাৰ্থ ধাৰ ঋণ থাকিব সেইবোৰ দুইজনীয়ে মিলিজুলি যিমান পাৰে সোনকালে মাৰিব; তাৰ নিমিত্তে তেওঁলোকৰ হাতত ধন-বিত নাথাকিলে, পতিব্ৰতা তেওঁলোকে লাগে যদি লোকৰ ঘৰত গোলামী কৰিও ধন ঘটি সেই কাৰ্য্য সম্পাদন কৰিব।

এই উইলৰ দ্বাৰাই মই তলত লেখা মোৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকেইপদ মোৰ দেশী ভাই অসমীয়া মানুহক give devise and bequeath কৰিলোঁ।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous