AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

গদ্যৰ সাধনা (Gadyar Sadhana)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 30
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS194
Email
Share on Google+
Description

ভাল গদ্য লিখিবলৈ শিকাৰ এটা প্রধান উপায় হল শ্রেষ্ঠ গদ্য-লেখকসকলৰ শ্রেষ্ঠ ৰচনাবোৰ বাৰে বাৰে পঢ়ি তাৰ কিটিপবোৰ বুজিবলৈ যত্ন কৰা। বেঞ্জামিন ফ্রেংকলিনে তেওঁৰ আত্ম-জীৱনীত লিখি থৈ গৈছে যে ভাল গদ্য লিখাৰ কায়দা শিকিবলৈ তেওঁ গোটেই জীৱন ধৰি কঠোৰ পৰিশ্রম কৰিছিল আৰু সিয়েই তেওঁক জীৱনত উন্নতি কৰাত বিশেষভাৱে সহায় কৰিছিল। যোছেফ এডিছনৰ দ্বাৰা সম্পাদিত স্পেক্‌টেটৰ নামৰ আলোচনীখনৰ আটাইবোৰ প্রবন্ধ তেওঁ খুব মনোযোগ দি পঢ়িছিল; কেৱল পঢ়িয়েই ক্ষান্ত নাথাকি তেওঁ প্রবন্ধবোৰৰ ভাবার্থখিনি নিজৰ ভাষাত নতুনকৈ লিখি উলিয়াইছিল। গদ্যৰ সাধনা কৰা সকলো মানুহেই হয়তো বেঞ্জামিন ফ্রেংকলিনৰ সমান কঠোৰ পৰিশ্রম নকৰে। কিন্তু তেওঁলোক প্রত্যেকেই শ্রেষ্ঠ গদ্য-লেখকসকলৰ ৰচনাবোৰ বাৰে বাৰে পঢ়ি ভাল গদ্য লিখাৰ কায়দা শিকিবলৈ যত্ন কৰে। গদ্য লিখিবলৈ শিকিবলৈ ইয়াৰ বাহিৰে দ্বিতীয় এটা উপায় নাই।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...