AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা (Kripabar Baruar Kakatar Topola)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 30
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS195
Email
Share on Google+
Description

ইয়াৰ পাছত আৰু এটা কথা দেখি অলপ থমক খাই ৰলোএমখা মানুহে এঠাইত বেঢ়ি বহি, কেঞাৰ আখৰেৰে লেখা এখন বাতৰি কাকত বৰ বৰকৈ অতি কষ্টেৰে পঢ়িবলৈ লাগিছে৷ এজন ওজা বা অধ্যাপকে হাতত ভলুকা-বাঁহৰ চেকনি এডাল লৈ ভালকৈ পঢ়িব নোৱাৰা বাবে সিহঁতৰ পিঠিত সাবটি যোৱাকৈ সাৰৌপ্‌ সাৰৌপ্‌ কৰে কোবাইছে! এই কথা দেখি মই তধা! দূতক ইতো কথাৰ ৰহস্য পুছিবে লাগিলো৷ দূতেও কহিবে লাগিল—“এই মখা পঢ়িব শুনিব জনা অসমীয়া মানুহ৷ আসামত যত বাতৰি কাকত ওলাইছিল সিহঁতে তাৰ এখনো নপঢ়িছিল৷ সেই পাপৰ ফলত ইহঁত এতিয়া কেঞাৰ আখৰেৰে লিখা বাতৰি কাকত পঢ়িব লগাত পৰিছে; আৰু পঢ়োঁতে ভুল হোৱাত সেই ওজাই কোবত সিহঁতৰ পিঠিৰ ছাল ছিঙিছে৷ ইহঁতৰ ভিতৰৰ বৰকৈ কোব-খোৱা সৌ মানুহটোক কালিহে ইয়ালৈ অনা হৈছে৷ সি জোনাকীবুলি ন-কৈ ওলোৱা কাকতখন এদিনো পঢ়া নাছিল আৰু লোকে পঢ়া দেখিলে হাঁহিছিল!এই কথা শুনি কৃপাবৰ বৰবৰুৱাৰ বুকুৱে ধান বানিবলৈ ধৰিলে; কাৰণ তেওঁ সেই তাৰিখলৈকে জোনাকীপঢ়া কথা কব নোৱাৰে৷ সি যি নহওক, এই যাত্ৰাত ৰক্ষা পালে, তেওঁ গ্ৰাহক হৈ জোনাকীৰূপী ছাগলীৰ কৃপাবৰৰূপী কুকুৰনেচীয়া অৱতাৰ হবলৈ লগুণত ধৰি শপত খালে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...