AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দেৱানৰ ফাঁচী (Dewanar Fachi)

Rating: 5/5
Our Price:
Free
Author বেণুধৰ শৰ্মা (Benudhar Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS196
Email
Share on Google+
Description

বিদ্ৰোহৰ বহ্নিত বা-দিওঁতা মণিৰামৰ সোঁহাত পিয়ালী বা মহেশচন্দ্ৰ গাভৰুমেলীয়া বৰুৱা, বাহাদুৰ গাওঁবুঢ়া খনিকৰ, দুতিৰাম বৰুৱা চিৰস্তাদাৰ, মৰঙীখোৱা গোহাঁই, নীলকণ্ঠ চোলাধৰা ফুকন, লুকি শেনচোৱা বৰুৱা, নাৰায়ণ বৰবৰা, মায়াৰাম নাজিৰ, কমলা চাৰিঙীয়া বৰুৱা গণেশচন্দ্ৰ কাইথ বৰুৱা, উমাকান্ত শৰ্মা, মধুৰাম কোচ আৰু এওঁলোকৰ লগৰীয়া ৩০ জনৰ বিৰুদ্ধে চোৰাংচোৱা-কৰ্মচাৰীসকলে স্বধৰ্ম আৰু স্বৰাজ্য প্ৰতিষ্ঠা কৰা বিপ্লৱত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰাৰ চাক্ষুষ প্ৰমাণ সংগ্ৰহ কৰি দিলে।

 

উপৰোক্ত আদালততেই এওঁবিলাকৰ বিচাৰ আৰম্ভ হল। প্ৰথম জগৰীয়া বুলি ঠাৱৰ কৰা অভিযুক্ত লোক কন্দৰ্পেশ্বৰ সিংহক আগতেই আলিপুৰ জেললৈ পঠিওৱা হল। সেই কাৰণে দ্বিতীয় আছামী মধুৰাম কোচেই এই আদালতত স্বদেশ-প্ৰেমৰ বাবে ৭ বছৰ কাৰাদণ্ড মূৰ পাতি লয়। তৃতীয় আচামী হল পিয়ালী বৰুৱা বা মহেশচন্দ্ৰ গাভৰুমেলীয়া বৰুৱা। স্বাধীনতা-যুদ্ধৰ ঘাই মস্তিষ্ক মণিৰাম দেৱানে জপা মন্ত্ৰ আৰু পঙা পৰিকল্পনাখিনি যাৰ মুখ-হাতেদিয়েই কেউফালে প্ৰচাৰ হৈছিল, তেৱেঁই এই পিয়ালী বৰুৱা। স্বদেশ উদ্ধাৰত আত্মাহূতি দিবলৈ জনতাক জাগৃত কৰা বাবেই এওঁৰ হল প্ৰাণদণ্ডৰ আদেশ। চতুৰ্থজন আছামীয়েই হল স্বাধীনতা প্ৰতিষ্ঠাৰ উহ মণিৰাম দেৱানধৰা-ধামত যাৰ চিন-চাব নৰবলৈকে ব্ৰিটিছ শাসন-যন্ত্ৰৰ মূৰৰপৰা ভৰিলৈকে সকলোৱেই বিশেষভাৱে তৎপৰ আছিল।

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous