AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কৃপাবৰ বৰুৱাৰ ওভতনি (Kripabar Baruar Obhotoni)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 40
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS197
Email
Share on Google+
Description

বৰবৰুৱাৰ মতে অসম আগেয়ে আছিল ভাল। এতিয়া ছালছিগা অসমে শাকে-কচুৱে বা ঔটেঙা বখলা ভাতত দি পৰলীয়া চাউলৰ ভাত এগাল খাই আছিল। তাত কোনো বিদেশীয়ে হো কটাএকেষাৰো বুলিবলৈ নাছিল বা তেওঁৰ পৰলীয়া চাউলৰ ভাত গালত চকু দি সেই ভাৰ কৰ?” বোলোঁতা নাছিল আৰু সেই বলী বিদেশীৰ গঢ়গতি দেখি তেওঁ ভয়ত সেই পাত তোৰেই দেবুলি নিজৰ বঢ়া ভাতপাত তাক এৰি দি আঁতৰি থিয় হৈ চকুৰ পানী টুকিব নেলাগিছিল। বৰবৰুৱাই ঠিক বুজিছে যে অসমীয়া চেৰেলা গৰুৰে সৈতে শকত বঙালী গৰু জুৰি দি হাল বোৱাৰ ফল বৃষোত্সৰৰ্গ।আৰু এই শোকৰ ডেই-পুৰিহে বৰবৰুৱাৰ স্বৰ্গ-সুখ পৰিত্যাগ আৰু পুনৰাগমন, দুখৰ কালত দুখীয়া অসমৰ কিজানি তেওঁ কিবা উপকাৰ কৰিব পাৰেই, এই আশা। বৰবৰুৱা ডাঙৰীয়া যে নিৰপেক্ষ লোক, সকলোৰে মাজত আন একো নেথাকিলেও তেওঁৰ এইফেৰা খ্যাতি আছে। গতিকে, তেওঁ বঙলা মানুহৰ ফালৰ পৰাও কথাটোৰ যৎকিঞ্চিৎ বিচাৰ এই খিনিতে কৰিব লগীয়াত পৰিল।

Reviews

There are no reviews for this book yet.

Related Books