AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

গেজেট বৰুৱাৰ খোলাকটিৰ তাল (Gazette Baruar Kholakatir Tal)

Rating: 0/5
Price of print book:₹ 50
Our Price:
₹ 35
Author দাসো কলিতা (Dasho kalita)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS198
Email
Share on Google+
Description

শুনিছেনে! যান্ত্ৰিক সভ্যতাৰ ঘড়ীৰ কাঁটাৰ আগত দৌৰি ফুৰা মানুহবোৰে হেনো হাঁহিবলৈ পাহৰি গৈছে৷ পাহৰি নগৈনো কি হ? কি সুখতনো হাঁহিব? বোলে ৰজাই ফুৰে ভিক্ষা মাগি, ধনীৰ টিকাত ফটা কানি৷কি হাঁহিব?

 

গেজেট বৰুৱাই আপোনাক যোগাব পাৰিব হাঁহিৰ খোৰাক৷ গেজেট বৰুৱা ব্যংগ লেখক হিচাপে জনপ্ৰিয়৷ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত নাটয়কাৰ দাসো কলিতাৰ ছদ্মনাম এয়া৷ ইতিপূৰ্বে প্ৰকাশ পাইছে কলিতাৰ কেবাখনো গল্প সংকলন৷ গেজেট বৰুৱানামেৰে তেওঁৰ ইতিমধ্যে বিভিন্ন কাকতত প্ৰকাশিত ভালেসংখ্যকে হাস্য-ব্যংগ লিখনিৰ একত্ৰিত সংকলন খোলাকটিৰ তাল

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...