AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কৃপাবৰ বৰুৱাৰ নতুন টোপোলা (Kripabar Baruar Notun Topola)

Rating: 0/5
Price of print book:₹ 30
Our Price:
₹ 20
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS199
Email
Share on Google+
Description

চৰ্কাৰী চাকৰি আৰু বেহা-বেপাৰ ইত্যাদিত লাগি কম-বেছি কিছুকাল ভাৰতবৰ্ষত বাস কৰোঁতা ইংৰাজবিলাককে এংলোইণ্ডিয়ান বোলে৷ কোনে বোলে, কিয় বোলে নেজানো, কিন্তু বোলে৷ বৰবৰুৱাই কিন্তু এওঁলোকক ভাৰত জম্বুদ্বীপত থকা ডাঙৰ জামুগছ জোপাৰ পকা জামু খাবলৈ গোট খোৱা আৰু জামু খোৱা হলে ভুৰুংকৰে উৰি যোৱা কিবা এজাতি বিলাতী চৰাই বোলে৷ এওঁলোকৰ বিস্তৰ গুণ যিবোৰৰ নিমিত্তে এওঁলোক দুনীয়াত প্ৰখ্যাত৷ এওঁলোকে লোকৰ জামু খাই জামু লৈ জামুগছৰ ডাল ভাঙি তহিলং কৰে আৰু নিজৰ ডাঙৰ ডাঙৰ এটোঁটোলাত এটোঁটোলাকৈ জামু ভৰাই লৈ নিজৰ দেশলৈ উৰি গুচি যায়৷ এই বিদেশী বলী চৰাইবোৰৰ কল্-কলনি,পাখিৰ ছট‌্ফটনি আৰু চোকা ঠোঁটৰ খুটনিৰ ভয়ত দেশী চৰাই চিৰিকতিবোৰ জামুৰ কাষ চাপিব নোৱাৰে৷ কোনো কোনো দেশী চিৰিকতিয়ে এওঁলোকক কাবৌ-কোকালি কাকূতি মিনতি কৰি আমি দুখীয়াকো এটি জামুগুটি দিয়কবুলি খুজি থাকিলে কেতিয়াবা তেওঁলোকে আমনি সহিব নোৱাৰি, কেৰোণে খোৱা মুজুৰা জামুগুটি এটা এডোখৰ হোঁ ধৰবুলি তেওঁলোকৰ নিমিত্তে গছৰ তললৈ পেলাই দিয়ে৷ বৰবৰুৱাৰ মতে এয়ে এংলোইণ্ডিয়ান পদৰ চমু ব্যাখ্যা৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...