AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

শেষ পৃষ্ঠা তৃতীয় খণ্ড (Shesh Pristha Part 3)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS203
Email
Share on Google+
Description

১৯৮১ চনৰ ছেপ্টেম্বৰ/অক্টোবৰ মাহত প্রান্তিক আলোচনীখনৰ আর্হি প্রস্তুত কৰোঁতে শেষৰ পৃষ্ঠাটোৰ নাম শেষ পৃষ্ঠাই ৰখা হৈছিল। সিদ্ধান্ত কৰা হৈছিল, সেই পৃষ্ঠাটোত মই লিখিম। সেই মতেই কাম আৰম্ভ কৰা হৈছিল। সেই বছৰৰে ডিছেম্বৰ মাহৰ এক তাৰিখৰ পৰা আলোচনীখন প্রকাশিত হৈছিল। প্রথম চাৰিটা সংখ্যাৰ শেষ পৃষ্ঠাৰ লেখাখিনিৰ তলত মোৰ নাম ছপা হোৱা নাছিল। কিন্তু এদিন প্রান্তিকৰ কার্যালয়তে এটা কথা ওলাল, - মই নিজৰ নামত, নিয়মীয়াকৈ কিবা এটা লিখাটো বাঞ্ছনীয়। সেই কথা মানি লৈ পঞ্চম সংখ্যাৰ পৰা শেষ পৃষ্ঠাৰ কথাখিনিৰ তলত নিজৰ নাম প্রকাশ কৰিবলৈ ললো।

প্রান্তিকৰ আর্হিটোত সম্পাদকীয়নামৰ শিতান এটাৰ কথা নাছিল, আৰু সম্পাদকীয় ছপা কৰাও হোৱা নাছিল। ফলত লাহে-লাহে পাঠক-পাঠিকাৰ বহুতে শেষ পৃষ্ঠাটোকে সম্পাদকীয় বুলি গণ্য কৰিবলৈ ধৰিলে। এসময়ত মই অনুভৱ কৰিলো, - শেষ পৃষ্ঠাৰ কথাখিনিক পাঠক-পাঠিকাই সম্পাদকীয় বুলি গণ্য কৰিলে শেষ পৃষ্ঠাটো সম্পর্কে মোৰ যি ধাৰণা, সেই ধাৰণাটো সময়ে-সময়ে সলনি কৰিবলগীয়া হয়। গতিকে সম্পাদক শ্রীপ্রদীপ বৰুৱাৰ লগত আলোচনা কৰি ঠিক কৰিলো, - প্রান্তিকত সম্পাদকীয় নামৰ শিতান এটা আৰম্ভ কৰা হওক, আৰু শেষ পৃষ্ঠাৰ কথাখিনি যে সম্পাদকীয় নহয়, সেইটো দেখদেখকৈ ওলাই থাকক। সেইমতেই কাম হল। একাদশ বছৰৰ প্রথম সংখ্যাৰ পৰা প্রান্তিকত সম্পাদকীয়আৰম্ভ হল।

 

ড০ ভবেন্দ্ৰ নাথ শইকীয়া

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous