AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মুক্তি (Mukti)

Rating: 5/5
Our Price:
Free
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS204
Email
Share on Google+
Description

সুকুমাৰ ডাঙৰ মানুহৰ লৰা৷ তাৰ খাব-পিন্ধিবৰ অভাৱ নাই৷ স্বভাৱতে সি বুদ্ধিমান, কিন্তু পঢ়া-শুনাত হলে তাৰ মন নাই৷ তাৰ চৈধ্য বছৰ বয়স হ; তথাপি সি ইংৰাজী স্কুলৰ চতুৰ্থ শ্ৰেণীতে৷ দেউতাকে পঢ় পঢ়কৰে; সুকুমাৰে আগত কিতাপ মেলি লৈ আকাশ পাতাল ভাবে৷ কত গছত পকা আম, দাঁহেচীয়া মধুৰী-আম আছে, ত ঘৰৰ পানী-পাছৰ চুকত বৰলে বাহ সাজিছে, সেই বৰলৰ বাহ ভাঙি তাৰ টোপ লৈ কৰ পুখুৰীত বৰশী বাই পুঠিমাছ ধৰা যাব; ত গছৰ বাহৰ পৰা চৰাই পোৱালী আনি পুহিব লাগিব; পোহনীয়া মেকুৰী, কুকুৰ, পহু-পোৱালীৰে কেনেকৈ ধেমালী কৰিব লাগিব, ইত্যাদি কথাৰে সুকুমাৰৰ মূৰ ভৰপূৰ; তাত স্কুলৰ পাঠ্য কিতাপৰ কথালৈ ঠাই তাকৰ৷ স্কুললৈ তপতে তপতে ভাত এগাল খাই সি যায় হয়৷ কিন্তু পঢ়াৰ মহলা দিব নোৱাৰি শিক্ষকৰ গালি খাই শাস্তি ভুগি ঘৰলৈ আহে, আৰু মাকে আতৌপুতৌকৈ দিয়া মহৰ এঠা গাখীৰেৰে কোমল চাউলৰ জলপান এটা খাই, স্কুলৰ সকলো ডাবি-শাস্তি পাহৰি পেলাই লগৰীয়া লৰাৰে সৈতে ধেমালিতে পূৰ্ব্বৱতে মগন হয়৷

Reviews

....
Gouri sankar
More reviews

Related Books

Customers who bought this also bought ...

Next Previous