AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বনদৰবেৰে ঘৰুৱা চিকিৎসা (Bandarebere Gharuwa Chikitsa)

Rating: 0/5
Price of print book:₹ 130
Our Price:
₹ 100
Author ড০ গুণাৰাম খনিকৰ (Dr. Gunaram Khanikar)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS213
Email
Share on Google+
Description

ভাৰতবর্ষত বনদৰবৰ এক ঐতিহ্য আৰু পৰম্পৰা আছে। অতি প্ৰাচীন কালৰ পৰা অসমৰ গাঁৱে-ভূঁঞে, নগৰে-চহৰে বনদৰব প্ৰচলিত হৈ আহিছে। ভাৰতবর্ষৰ ঋষি-মুনি সকলে তেওঁলোকৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে অতীতৰ পৰা বনদৰবৰ ওপৰত নির্ভৰশীল হৈ আহিছে। ঠিক সেইদৰে আমাৰ দেশৰ বিশেষকৈ গ্ৰামাঞ্চলত বনদৰব ব্যৱহাৰ হোৱাৰ কথা নতুন নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতবর্ষৰ ৮০ জন ব্যক্তিয়ে নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে সৰু বৰ নানা ৰোগ প্রতিৰোধ আৰু নিৰাময়ৰ বাবে প্ৰকৃতিৰ ওপৰত আজিও নির্ভৰশীল।

আমি সকলোৱে জানো বনদৰব বিলাক সহজ লভ্য, কম খৰচী বা বিনামূলীয়া, প্ৰায়ে পাৰ্শ্ব প্ৰতিক্ৰিয়াহীন, সহজে প্ৰস্তুত কৰিব পাৰি, ৰোগ প্রতিৰোধ আৰু নিৰাময় কৰিব পাৰে-- আদি সুবিধাসমূহ থকাৰ কাৰণে আজিৰ তাৰিখত সমগ্ৰ বিশ্বতে বনদৰবৰ চাহিদা আৰু জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, এইয়া সকলোৰে কাৰণে সুখৰ বিষয়।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...