AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বিশ্বৰ বৰেণ্য বিজ্ঞানী (Biswar Barenya Bigyani)

Rating: 0/5
Price of print book:₹ 150
Our Price:
₹ 120
Author শিৱনাথ বর্মন (Sivanath Barman)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS215
Email
Share on Google+
Description

যিসকল লোকে স্বকীয় প্রতিভা অধ্যৱসায়ৰ যোগেদি সময়ৰ বালিত পদচিহ্ন ৰাখি যাবলৈ সক্ষম হৈছে তেওঁলোকৰ জীৱনাদর্শ উত্তৰসাধকসকলৰ অমূল্য ৰতনস্বৰূপ। মহতৰ পৰা মহত্তৰ অৱস্থালৈ যাব পৰাটোৱেই মানৱ জীৱনৰ সার্থকতা আৰু এনে উত্তৰণৰ প্রদর্শক হল মহৎ লোকৰ জীৱন-কাহিনীবিলাক। জীৱনৰ নানা প্রতিকূল অৱস্থাৰ মাজতো সাহস, দৃঢ়তা আৰু ধৈর্যেৰে আগবাঢ়ি যোৱা এই লোকসকলৰ জীৱনালেখ্য আমাৰ জীৱন পথৰ অমূল্য পাথেয়। এইফালৰ পৰা চাবলৈ গলে জাতীয় জীৱন গঠনত জীৱনী সাহিত্যৰ এক সুকীয়া স্থান আছে। কিন্তু অসমীয়া ভাষাত সাহিত্যৰ এই অত্যাৱশ্যকীয় শাখাটো পুষ্ট বুলি কব নোৱাৰি। বিশেষকৈ বিজ্ঞান সাধকৰ জীৱনী পুথিৰ সংখ্যা আমাৰ ভাষাত নিচেই তাকৰ- যদি আজিৰ ৰেডিঅ’, ৰকেট আৰু ৰাডাৰৰ যুগত এনে পুথিৰ আৱশ্যকতাৰ কথা বহলাই কোৱা নিষ্প্রয়োজন।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous