AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মোৰ জীৱন-সোঁৱৰণ (Mor Jiban Soworon)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (Sahityarathi Lakshminath Bezbarooa)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS217
Email
Share on Google+
Description

কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই। পিতৃ-মাতৃৰ মুখৰপৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ। মই ডাঙৰ হলোঁ যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদিলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলোঁ। কাৰোবাক লাগিলে, সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ। যথা-১৮৬৮ খৃষ্টাব্দ, নবেম্বৰ মাহ। কিন্তু ইয়াৰ দ্বাৰাই কাৰ কি লাভ বা লোকচান হব কব নোৱাৰোঁ। এই পৃথিৱীত মোৰ প্ৰদত্ত এই শকটোৰ দুবছৰ নাইবা চাৰি বছৰৰ আগতে, নাইবা পিছতে মই অন্নাসুৰ ধ্বংস কৰিবলৈ জন্ম লোৱাৰ বাতৰি শুনি, জানি, ভণি, তাৰ দ্বাৰাই এই মনুষ্যলোকৰ কিবা হানি-বিঘিনি বা উপকাৰ-অনুপকাৰ হব বুলি মোৰ মনে নধৰে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous