AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হেঙুলীয়া বিয়লি (Henguliya Biyoli)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author সত্যব্ৰত শৰ্মা (Satyabrata Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS218
Email
Share on Google+
Description

প্রকৃতিৰ পৰা বা পাৰিপার্শ্বিকতাৰ পৰা পোৱা, পিতৃ-পিতামহ-প্রপিতামহী আদিৰ পৰা ভাৰ বৈ অনা জীৱকোষৰ (জিনৰ) প্রভাৱ মানুহৰ ওপৰত থাকে। সি মানুহৰ জীৱনধাৰা বহু পৰিমাণে পৰিচালনা কৰে। কিন্তু স্বাস্থ্যবিজ্ঞানী আৰু সমাজবিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে জীৱকোষৰ ভালেখিনি দুর্বলতা আৰু আসোঁৱাহ, ব্যক্তিয়ে আত্মানুশাসনৰ দ্বাৰা আংশিকভাৱে হলেও আঁতৰাব পাৰে আৰু ব্যক্তিগত শুদ্ধ জীৱনশৈলীৰ সহায়েৰে স্বাভাৱিক সবলতাক আৰু দৃঢ়তৰ কৰি নিজৰ শৰীৰত থকা দুৰ্বলতাসমূহক আঁতৰাব পাৰে বা তাৰ প্রভাৱ কমাব পাৰে।

আমি যিমান দিনেই সংসাৰত থাকোঁ, হাঁহি-মাতি কর্মক্ষম হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। বয়সৰ হেঁচাই যাতে আমাক কাবুকৰিব নোৱাৰে তাৰ কাৰণে সচেতন প্রচেষ্টাৰ আৱশ্যক। কথাতে কয় বয়সে মানুহ নামাৰে, মাৰে ৰোগে। গতিকে ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা আহৰণ কৰিব পাৰিলে আমাৰ জীৱনৰ বিয়লিবেলা হেঙুলীয়া আৰু উজ্জ্বল কৰি ৰাখিব পাৰিম।

শ্রীপ্রফুল্ল চন্দ্র বৰুৱা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...