AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ষ্ট্ৰেচ আৰু আমি (Stress Aaru Aami)

Rating: 0/5
Price of print book:₹ 70
Our Price:
₹ 50
Author সত্যব্ৰত শৰ্মা (Satyabrata Sharma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS219
Email
Share on Google+
Description

পুথিখনৰ জৰিয়তে পাঠকে- ষ্ট্ৰেচেনো কি? জীৱনৰ ওপৰত ইয়াৰ প্রভাৱ কেনেকুৱা? ইয়াৰ প্রভাৱত কেনেধৰণৰ শাৰীৰিক বা মানসিক ৰোগ-অসুখৰ উদ্ভৱ হব পাৰে? ইয়াক কেনেকৈ নিয়ন্ত্রণত ৰাখিব পাৰি? ইত্যাদি বিষয়ে এক সৰল সম্যক জ্ঞান লাভ কৰিব বুলি আশা কৰিব পাৰি। তাৰোপৰি সমাজৰ বিভিন্ন স্তৰৰ, বিভিন্ন বয়সৰ তথা নাৰী-পুৰুষৰ ভিন্নতা অনুযায়ী সাঙুৰি লোৱা ষ্ট্ৰেচজনিত সমস্যাসমূহৰ বিশ্লেষণ কিতাপ খনৰ আন এক সৱল দিশ।

মানৱ জীৱনত ষ্ট্ৰেচসদায় থাকিব। কোৱা যায়- ষ্ট্ৰেচৰ মাপকাঠিত ইয়াৰ তীব্রতা শূন্য মাত্রালৈ কেতিয়াও নামিব নোৱাৰে। কিন্তু এই বিষয়ে থকা বিজ্ঞান-সন্মত সচেতনতাই ব্যক্তিক ষ্ট্ৰেচজনিত সমস্যাৰ পৰা সকাহ পাবলৈ সক্ষম কৰি তোলে আৰু ষ্ট্ৰেচৰ ইতিবাচক দিশবোৰ আঁকোৱালি লোৱাত সহায় কৰে। এই পৰিপ্রেক্ষিতত এজন মানসিক ৰোগৰ চিকিৎসক হিচাপে দ্বিধাহীনভাৱে কব খোজোঁ যে শ্রীযুত সত্যব্ৰত শর্মাদেৱৰ দ্বাৰা লিখা ষ্ট্ৰেচ আৰু আমিনামৰ পুথিখন জীৱনশৈলীৰ ৰোগৰ (Life Style Disease) বিষয়ে বিজ্ঞান সন্মত সচেতনতা জগোৱাৰ বাটত এক গুৰুত্বপূর্ণ সংযোজন।

 

ডাঃ জয়ন্ত দাস

মানসিক ৰোগৰ চিকিৎসক

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...