AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ৰাজআলিৰ পৰা ৰাজসভালৈ (Rajaalir Pora Rajsabhaloi)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 50
Author অমূল্য হাজৰিকা (Amulya Hazarika)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS229
Email
Share on Google+
Description

প্রবল-প্রতাপী মোগলৰ সেনাপতি অম্বৰাধিপতি ৰজা ৰামসিংহক পৰাজিত কৰা, বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ বিজয়ী, মহাবীৰ লাচিত বৰফুকনৰ পিতৃ আছিল, এই মোমাই তামুলী বৰবৰুৱা। লাচিতে দেউতাক মোমাই তামুলীৰ পৰা পাইছিল আপুৰুগীয়া আত্মসন্মানৰ গুণ আৰু তেওঁৰ পৰাই শিকিছিল, কর্তব্যপৰায়ণতা, অপৰিসীম ধৈৰ্য, অদম্য সাহস, দেশপ্রেম আৰু ৰাজভক্তি।

এই মোমাই তামুলী বৰবৰুৱাকে কেন্দ্ৰমণি ৰূপে লৈ এই কাহিনী ৰচনা কৰা হৈছে। এইখন কিন্তু এখন বুৰঞ্জী নহয়৷ বুৰঞ্জীৰ তথ্য কিছুমান সমল হিচাপে লৈ ৰচনা কৰা এটি কাহিনীহে। যিমানদূৰ পৰা যায় পুথিখনত বুৰঞ্জীক বিকৃত নকৰি প্রধান চৰিত্র আৰু ঘটনাসমূহ অক্ষুন্ন ৰখা হৈছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...