AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বেঞ্জামিন ফ্ৰেংকলিন (Benjamin Franklin)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 50
Author হোমেন বৰগোহাঞি (Homen Borgohain)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS235
Email
Share on Google+
Description

কিন্তু এনে এজন মানুহৰ জীৱনী যদি ছাত্ৰ-ছাত্ৰীসকলে কম বয়সতে পঢ়িবলৈ পায়- যিজন মানুহৰ জন্ম হৈছিল তোমাৰ মোৰ নিচিনা সাধাৰণ দুখীয়া পৰিয়ালত, যিজন মানুহে স্কুলীয়া শিক্ষাও সাং কৰিবলৈ সুযোগ পোৱা নাছিল, যিজন মানুহক বাট দেখুৱাওঁতে কোনো নাছিল, যিজন মানুহে চেমনীয়া বয়সৰ পৰাই নিজৰ ভৰিৰ ওপৰত থিয় দিব লগা হৈছিল- অথচ তেনে এজন মানুহেই আন কাৰো সহায় নোলোৱাকৈ বা নোপোৱাকৈ নিজকে সকলো ফালেদি এনেভাৱে তিল তিলকৈ গঢ়ি তুলিছিল যে নিজৰ জীৱন-কালতে তেওঁ সমগ্ৰ পৃথিৱীৰ ভিতৰতে এজন অতি বিখ্যাত আৰু প্ৰভাৱশালী মানুহ হৈ উঠিছিল, আনকি তেওঁৰ মৃত্যুৰ দুশ বছৰৰ পিছতো আমি সকলোৱে তেওঁৰ নৈতিক প্ৰভাব অনুভৱ কৰি আছোঁ- তেন্তে তেনে এজন মানুহৰ জীৱনী পঢ়ি কম বয়সীয়া লৰা-ছোৱালীয়ে নিজৰ জীৱনবোৰ গঢ়িবলৈ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰেৰণা আহৰণ কৰাটো অনেক গুণে বেছি সহজ নহবনে?

 

তেনে এজন মানুহ আছিল বেঞ্জামিন ফ্ৰেঙ্কলিন।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous