AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নতুন অসম গঢ়িম (Natun Asom Garhim)

Rating: 0/5
Our Price:
₹ 150
Author প্ৰদ্যুৎ বৰা (Pradyut Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB107
Email
Share on Google+
Description

এসময়ত ভাবিছিলোঁ ৰাইজৰ সেৱা কৰিবলৈ হলে যিকোনো স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে জড়িত হলেই হয়৷ পৃথিৱীত এনে স্বেচ্ছাসেৱী অনুষ্ঠান বহুতো আছে৷ কিন্তু এনে অনুষ্ঠানবোৰৰ গণ্ডীৰ ভিতৰত পৰে সমাজৰ মাত্ৰ কিছু অংশহে৷ সাহিত্য আৰু মেনেজমেন্টৰ শিক্ষা শেষ কৰাৰ পাছত এদিন স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে জড়িত হৈ দেখা পাইছিলোঁ এনে অনুষ্ঠানবোৰৰ সীমাবদ্ধতাৰ দিশটো৷ অতি সৎ অনুষ্ঠানবোৰেও একোটা সীমাবদ্ধতাৰ ভিতৰতে ৰৈ যাবলৈ বাধ্য হয়, কাৰণ ভাল কাম কৰিবলৈ হলে যি ক্ষমতাৰ প্ৰয়োজন, সেয়া আছে কেৱল চৰকাৰী প্ৰশাসনৰ হাতত আৰু প্ৰশাসন আছে ৰাজনীতিবিদৰ হাতত৷ সকলো দোমোজাৰ পৰা ওলাই আহিছিলোঁ আৰু সিদ্ধান্ত লৈছিলোঁ ৰাজনীতিত নমাৰ৷ কাৰণ ভালদৰে পর্যবেক্ষণ কৰোঁতে দেখা পাইছিলোঁ যে ৰাজনীতি বেয়া বুলি নাক কোঁচোৱা সকলো লোকেই কিন্তু ৰাজনীতিবিদে স্থিৰ কৰা ভুল-শুদ্ধ নীতি-নির্দেশনাকে নতশিৰে মানি আহিছে৷ সমাজত বেয়া ৰাজনীতিবিদ আছে সঁচা, কিন্তু তেওঁলোকৰ হাতৰ পৰা ভাল মানুহৰ হাতলৈ ৰাজনীতি কিদৰে আহিব যদিহে সকলো লোক নিৰাপদ দূৰত্বত থিয় হৈ থাকে? এই তথাকথিত ৰাজনৈতিক নিৰপেক্ষতাকাপুৰুষালিৰ নামান্তৰ নহয়নে?

প্ৰদ্যুৎ বৰা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168