AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

প্ৰকৃতি প্ৰকৃত বন্ধু (Prakriti Prakrita Bandhu)

Rating: 0/5
Price of print book:₹ 60
Our Price:
₹ 50
Author অমূল্য কুমাৰ হাজৰিকা (Amulya Hazarika)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS236
Email
Share on Google+
Description

কুৰি শতিকাত মানৱজাতি-এটা চৰম বিপদৰ সন্মুখীন হৈছে। আমাৰ অজ্ঞাতে আমাৰ পৃথিৱীখনি তিলতিলকৈ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈছে। বিজ্ঞানৰ সহায়ত মানৱজাতিয়ে নিজৰ সুখ-সুবিধাৰ কাৰণে নতুন নতুন উপায় উলিয়াইছে। বিজ্ঞানে বহুতো কাম কৰিছে মানৱজাতিৰ কাৰণে। কিন্তু আকলুৱা মানুহে পৃথিৱীখনিক ক্ৰমাগত এটা কৃত্ৰিম উপগ্ৰহত পৰিণত কৰিব খুজিছে৷ প্ৰাকৃতিক ভাৰসাম্যতা ধ্বংস কৰিব খুজিছে। সোণৰ কণী পৰা ৰাজহাঁহজনীক পেট ফালি একেলগে বহুতো কণী পোৱাৰ লোভত হত্যা কৰাৰ দৰে পৃথিৱীখনিকো ধ্বংস কৰিব খুজিছে। বাতাবৰণ বিষাক্ত কৰি তুলিছে। সদ্যজাত শিশুবোৰে মাকৰ গাখীৰতো ডি ডি টিৰ দৰে বিহ সেৱন কৰিছে। পাৰমাণৱিক বিস্ফোৰণে ক্ৰমাগত মানৱজাতিক ধীৰে ধীৰে পঙ্গু কৰিব খুজিছে। সমস্যাৰ শেষ নাই। অদৃশ্য দানৱৰ দৰে লুকাই লুকাই এই সমস্যাই আমাৰ পৃথিৱীখনিক ধ্বংসৰ মুখলৈ ঠেলি দিছে।

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...