AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

মধুশালা (Madhushala)

Rating: 0/5
Our Price:
₹ 220
Author সৌমিত্ৰ যোগী (Soumitra Jogee)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB108
Email
Share on Google+
Description

প্ৰত্যেকজন মানুহেই আক্ৰান্ত হৈ থাকে অনেক সৰু-বৰ সমস্যাত৷ আপোনাৰ-মোৰ-আমাৰ কাৰোৰে জীৱন ব্যতিক্ৰম নহয়৷ আজি নাই, কাইলৈ অথবা দুদিন দেৰিকৈ৷ সেই একেই দুখ, একেই যন্ত্ৰণা, একেই সান্ত্বনা, হা-হুমুনিয়াহ, হতাশা-নিৰাশা, বিষাদ-বৈৰাগ্য৷ তাৰ পাছতো ঘূৰি অহা আশা, হাঁহি, হেঁপাহ, সান্নিধ্য৷

কিন্তু কিয় এনে হয়?

সকলো সমস্যাৰে উৎস জানো অন্তহীন ৰহস্য?

সকলো সমস্যাই জানো জীৱনৰ সীমাবদ্ধতা?

এই উপন্যাসৰ চৰিত্ৰবোৰ মোৰ পৰিচিত৷ ইয়াৰে কোনো চৰিত্ৰই কাল্পনিক নহয়৷ মোৰ চৌদিশে সিহঁতবোৰ ঘূৰি থাকে আৰু পৰিচিতি সূত্ৰে সিহঁতৰ জীৱন আৰু সমস্যাবোৰৰ সৈতে এৰিব পৰা আৰু নোৱৰাকৈ মই সাঙোৰ খাই পৰোঁ৷ সিহঁতৰ জীৱনবোৰ উপন্যাসৰ দৰে আৰু চৰিত্ৰ বাস্তৱিকতেই উপন্যাসোপম৷ সিহঁতে মোৰ সন্মুখত তুলি ধৰে এখন চিনাকি পৃথিৱী আৰু ভাবিলে আচৰিত লাগে যে মোৰ কাৰণে সি ৰহস্যময় আৰু আমোদজনক৷

 

সৌমিত্ৰ যোগী

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...