AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

হাতী ধৰিবলৈ গৈ (Hati Dhoriboloi Goi)

Rating: 0/5
Our Price:
₹ 120
Author বেদব্ৰত বৰা (Bedabrata Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB113
Email
Share on Google+
Description

হাতী ধৰিবলৈ যোৱাটো মুখৰ কথা নহয়৷ তাতে আকৌ মেলা চিকাৰ৷ অলপ ধতুৱা মানুহে হাতীৰ মেলা চিকাৰ কৰাৰ কথা সপোনতো নভবাই ভাল৷ এনে বাসনা পূৰণ কৰিবলৈ হলে লগত অভিজ্ঞ চিকাৰী থাকিলেও বনৰীয়া হাতীৰ আচৰণ আৰু চাল-চলন সন্দর্ভত বিস্তৃতভাৱে অধ্যয়ন কৰাটো অতীৱ প্ৰয়োজন৷ মই কিন্তু মনৰ উৎসাহতে এনে এক মৰসাহ কৰিবলৈ ওলাইছিলোঁ৷

প্ৰসিদ্ধ হাতী চিকাৰী পদ্ম হাজৰিকাৰ মুখৰ কথাতে কোনো আগতীয়া প্ৰস্তুতি, আনকি শাৰীৰিক অনুশীলন নোহোৱাকৈয়ে হাতী চিকাৰৰ সংগী হৈছিলোঁ৷ আনতো বাদেই, তেজপুৰ জাৰণিত হাতীৰ মেলা চিকাৰৰ অবর্ণনীয় দুখ-যন্ত্ৰণাৰ পাছত পুনৰ হাতী ধৰা প্ৰক্ৰিয়া চেলুলয়ডত আৱদ্ধ কৰিবলৈ মৰসাহ কৰিছিলোঁ৷

 

বেদব্ৰত বৰা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168