AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories


Strict Standards: Only variables should be assigned by reference in /home/content/73/10933373/html/akart/modules/mod_virtuemart_category/tmpl/default.php on line 22

Last Visited

চিচিং (Chiching)

Rating: 0/5
Our Price:
₹ 100
Author ৰথীন্দ্ৰনাথ গোস্বামী (Rathindranath Goswami)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB120
Email
Share on Google+
Description

অকণিহঁতৰ আলোচনী মৌচাকৰ পাতত এদিন সৃষ্টি হৈছিল চিচিংনামৰ কঁঠালগুটীয়া নিগনি এটাৰ কাহিনী৷ চিচিঙৰ কাহিনীয়ে অসমৰ অকণিহঁতৰ মাজত তোলপাৰ লগালে৷ চিচিং অকণিহঁতৰ অতিকৈ আপোন হৈ পৰিল৷ চিচিং অকণিহঁতৰ ইমানেই আপোন হৈ পৰিল যে অকণিহঁতে চিচিঙক লৈ নানান ধৰণৰ কাহিনী ৰচনা কৰি মৌচাকলৈ পঠিয়াবলৈ ধৰিলে৷ লিখনিবোৰত প্ৰকাশ হল চিচিঙৰ বিচিত্ৰ কাহিনী৷ এটা সময়ত মৌচাকৰ এটা চিচিং বিশেষ সংখ্যাও প্ৰকাশ কৰিবলগীয়া হল৷ চিচিঙৰ কাহিনীৰ অন্ত নাই৷ এতিয়াও চিচিঙক লৈ ৰচনা কৰা কাহিনী মৌচাকত প্ৰকাশ পায়৷

ৰথীন্দ্ৰনাথ গোস্বামীয়ে বিভিন্ন সময়ত চিচিঙক লৈ নিজে ৰচনা কৰা কাহিনীবোৰ শৃংখলা লগাই চিচিংনাম দি সংকলনটি যুগুতাইছে৷ এতিয়া চিচিঙৰ কাহিনীবোৰ একেলগে আটায়ে পঢ়িবলৈ পাব৷ চিচিং এটা নিগনি যদিও তাৰ কাহিনীবোৰে আমাৰ ভাল-বেয়া, দোষ-গুণবোৰৰ কথা উদঙাই দেখুৱাইছে৷ অসমৰ শিশুসকলৰ মাজত চিচিঙৰ দৰে প্ৰিয় চৰিত্ৰৰ উদাহৰণ বিৰল৷ এনে এক সফল চৰিত্ৰ সৃষ্টি কৰাৰ বাবে ৰথীন্দ্ৰনাথ গোস্বামীৰ কৃতিত্বক আদৰণি জনাইছোঁ৷

চিচিংঅসমৰ শিশুসকলৰ ঘৰে ঘৰে উপলব্ধ হওক৷ চিচিঙৰ কাহিনী পঢ়ি অকণিহঁতে আনন্দ লাভ কৰক৷

শান্তনু তামূলী

সম্পাদক, মৌচাক আৰু নতুন আৱিষ্কাৰ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...