AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (Axomiya Chalachitrar Cha Pohar)

Rating: 0/5
Our Price:
₹ 150
Author অপূৰ্ব শৰ্মা (Apurba Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB121
Email
Share on Google+
Description

যোৱা শতিকাৰ আশীৰ দশকত, সম্ভৱ তেওঁৰ ছাত্ৰাৱস্থাতে, মোৰ ভাতৃপ্ৰতিম উৎপল দত্তই তেওঁ সম্পাদনা কৰি উলিয়াব খোজা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ এখনৰ বাবে মোৰ পৰা ড0 ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগসম্পর্কীয় এটা প্ৰবন্ধ বিচাৰে৷ তেতিয়াৰ প্ৰায় পঞ্চাছ বছৰীয়া অসমীয়া চলচ্চিত্ৰ জগতত অসমীয়া চলচ্চিত্ৰ-গ্ৰন্থৰ সংখ্যা আছিল দুখন কি তিনিখন৷ ড0 শইকীয়াৰ প্ৰথম চলচ্চিত্ৰখনৰ বিষয়ে ভুলে-শুদ্ধই লিখি দিয়া সেই প্ৰবন্ধটোৱেই আছিল মোৰ প্ৰথম চলচ্চিত্ৰ সমালোচনা৷ সমালোচনাটো পঢ়ি চলচ্চিত্ৰ জগতৰ অনেকে নাসিকা কুঞ্চিত কৰিছিল আৰু আনহাতে মোৰ গুৰুজন ড0 শইকীয়া অত্যন্ত কোপিত হৈছিল৷ এনেধৰণৰ প্ৰতিক্ৰিয়াৰ বাবেই সম্ভৱ মাজে-সময়ে চলচ্চিত্ৰ সম্পর্কে লিখি থাকিবলৈ উৎসাহ পাইছিলোঁ৷

অপূর্ব শর্মা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168