AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

জাতিভেদ প্ৰথা আৰু শংকৰদেৱ (Jatibhed Pratha Aaru Shankardev)

Rating: 0/5
Our Price:
₹ 150
Author ময়ূৰ বৰা (Mayur Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB118
Email
Share on Google+
Description

অসমৰ চিন্তাশীল লেখকসকলৰ ভিতৰত ময়ূৰ বৰাৰ উপস্থিতি বৌদ্ধিক ক্ষেত্ৰখনত অধিক সক্ৰিয়৷ প্ৰচুৰ অধ্যয়নশীলতা আৰু তীক্ষ্ন সমাজ-চেতনাৰে ময়ূৰ বৰাই বৌদ্ধিকভাৱে নিজৰ উপস্থিতিক এক সবল-সক্ৰিয় আৰু প্ৰভাৱশালী ৰূপ দিছে৷ নিজৰ নির্মোহ দৃষ্টিভংগী, প্ৰগতিশীল চিন্তা-চৰ্চা আৰু সুস্পষ্ট শৈলীয়ে তেওঁৰ লেখাক এক পূৰঠ আৰু সতেজ ৰূপ দান কৰিছে৷ পূৰ্বে প্ৰকাশিত কেওখন গ্ৰন্থতে বৰাই প্ৰচলিত ভালেমান চিন্তা-চৰ্চা আৰু পুৰ্বানুকৃত ধাৰণাৰ বিৰুদ্ধে থিয় দি একপ্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে৷ তেওঁৰ পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ’, ‘ব্ৰাহ্মণ্যবাদৰ কলীয়া ডাৱৰ আৰু অসম’, ‘মার্ক্সেই বজালে নেকি কমিউনিজ্মৰ মৃত্যুঘন্টাআদি গ্ৰন্থক লৈ হোৱা ব্যাপক চৰ্চা আৰু বিতর্কই এই কথা প্ৰমাণ কৰে৷ ময়ূৰ বৰাই তেওঁৰ এই বৌদ্ধিক সক্ৰিয়তা আৰু সজাগতা অক্ষুন্ন ৰাখি কিছুমান নতুন বিষয় আৰু প্ৰশ্ন উত্থাপন কৰিছে জাতিভেদ প্ৰথা আৰু শংকৰদেৱশীৰ্ষক গ্ৰন্থত৷ জাতীয় জীৱনৰ পুনৰুত্থানকাৰী মহাপুৰুষজনাৰ ভাবাদর্শ আৰু মানসিকতাক লেখকে যুক্তিশীল পর্যালোচনাৰ কৰিয়তে এই গ্ৰন্থত উদ্ভাসিত কৰিছে৷ শংকৰদেৱক নতুনকৈ উপলব্ধি কৰাৰ এই গ্ৰন্থই নিশ্চিতভাৱে সহায় কৰিব৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous