AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নীলাৰ কাৰণে অলপ ভালপোৱা (Neelar Karone Olop Bhalpowa)

Rating: 0/5
Our Price:
₹ 100
Author অতনু ভট্টাচাৰ্য (Atanu Bhattacharyya)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB123
Email
Share on Google+
Description

কবি অতনু ভট্টাচার্যৰ গল্প প্ৰৱেশেই আছিল অসমীয়া চুটিগল্পৰ কাৰণে এক চমৎকাৰ পৰিঘটনাৰ দৰে৷ গল্পকাৰৰ ভাষাতেই তেওঁৰ গল্পযাত্ৰা তেনেই অনানুষ্ঠানিক আৰু প্ৰস্তুতিহীন৷ ঠিক প্ৰাত: ভ্ৰমণলৈ ওলোৱা মানুহ এজন নিজৰ অজ্ঞাতে আৰু অপ্ৰস্তুত ভাবে নিজৰ পৰিধিৰ ভিতৰৰ পৰা সামান্য বাহিৰ হৈ যোৱাৰ দৰে৷ অথচ ভট্টাচার্যৰ এই অপ্ৰস্তুত যাত্ৰাই অসমীয়া চুটিগল্পৰ এটা নতুন বাট কাটিবলৈ সক্ষম হল৷ চমৎকাৰ গতিশীল ভাষা, গতানুগতিকতাৰ ঊর্ধৰ বিষয়বস্তু আৰু বিভিন্ন সময়ৰ বিভিন্ন পৰিবেশৰ কিছুমান সৰল-জটিল, সুখী-দুখী, অসহায়-অস্থিৰ চৰিত্ৰৰ নির্মাণেৰে অসমীয়া চুটিগল্পৰ জগতত এক নিগাজি আৰু চকুত লগা স্থান জনপ্ৰিয় কবিজনে  অধিকাৰ কৰি ললে৷ তেওঁৰ প্ৰত্যাশিত গল্পগ্ৰন্থ ওভতনি যাত্ৰা,’ ‘বৰষুণৰ চেতাৰআৰু চেঁকুৰ৷ এই গ্ৰন্থত পঢ়ুৱৈ আমাৰ পৰিচিত জগতখনৰে কিছুমান চৰিত্ৰ আৰু ঘটনাৰ অভাবনীয় ৰূপৰ মুখামুখি হব৷ গল্পকাৰৰ কথন চাতুর্যই যিবোৰ চৰিত্ৰ আৰু ঘটনাক কৰি তুলিছে অধিক বাংময় আৰু চমৎকাৰ৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168