AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম (Ejan Kabir Mrityu Aaru Ejopa Baramahiya Aam)

Rating: 0/5
Our Price:
₹ 150
Author অপূর্ব শর্মা (Apurba Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB126
Email
Share on Google+
Description

অসমীয়া চুটিগল্পৰ ইতিহাসৰ এটা সোণালী নাম অপূর্ব শর্মা৷ নিজৰ চমৎকাৰ গল্পৰীতিৰে তেওঁ সুদীর্ঘ দিন ধৰি অসমীয়া পঢ়ুৱৈক মোহাৱিষ্ট আৰু উত্তেজিত কৰি ৰাখিছে৷ সৰল আৰু গতিশীল গল্পভংগীৰে তেওঁ জীৱন আৰু জগতৰ এনে কিছুমান ৰূপ সকলোৰে সন্মুখত উন্মোচিত কৰে- যি স্বাভাৱিকতে বিস্ময়কৰ আৰু সুন্দৰ৷ এইগৰাকী পুৰোধা গল্পকাৰৰ যোৱা দুটামান বছৰৰ পৰিশীলিত গল্পচর্চাৰ ফচল এই গ্ৰন্থখন৷ ইয়াত সংকলিত কৰা হৈছে তেওঁৰ ছটা নতুন গল্প৷ আটাইকেইটা গল্পৰে বিষয় প্ৰেম৷ গল্পকাৰৰ স্বাভাৱিক নৈপুণ্যৰ স্বাক্ষৰ পঢ়ুৱৈয়ে এই আটাইকেইটা গল্পতে পূর্বৰ দৰেই লাভ কৰিব৷

Reviews

There are no reviews for this book yet.

Related Books