AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ইথাৰৰ ঈশ্বৰ (Etharor Eshwar)

Rating: 0/5
Our Price:
₹ 150
Author অৰূপ কুমাৰ নাথ (Arup Kumar Nath)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB131
Email
Share on Google+
Description

গল্প লিখি সামাজিক দায়বদ্ধতাৰে সমাজখনৰ বাবে কিবা এটা কৰাৰ যি সপোন আছিলবয়স, অভিজ্ঞতা বঢ়াৰ লগে লগে সেই সপোন ক্ৰমাৎ দুচকুৰ পৰা আঁতৰি গৈ আছে, গৈ আছে৷ সকলো দেখি, শুনি, বুজি বাংলা কবি সুকান্তৰ এটা কুকুৰাৰ কাহিনীকবিতাটোৰ ছবি এখন মোৰ এতিয়া প্ৰায়েই মনলৈ আহে৷ কবিতাটোৰ মূল ভাবটো আছিল এনেকুৱামালিকে ডাইনিং টেবুলত সদায় সুস্বাদু ভাল ভাল আহাৰ খায় অথচ কুকুৰাবোৰক সদায়ে দিয়ে নিকৃষ্ট দানা৷ মতা কুকুৰা এটা প্ৰবল প্ৰতিবাদী হৈ ডাইনিং ৰূমত প্ৰৱেশ কৰি ডাইনিং টেবুলত উঠিব খোজে৷ মালিকে তাৰ বিদ্ৰোহ সদায়ে দমন কৰে৷ ডাইনিং ৰূমত সোমাই ডাইনিং টেবুলত উঠাটোৱেই তাৰ বিদ্ৰোহৰ প্ৰধান লক্ষ্য হৈ পৰিল৷ আৰু এদিন সেই বিদ্ৰোহী মতা কুকুৰাটো সফল হল৷ সি ডাইনিং ৰূমত সোমাল৷ ডাইনিং টেবুলত উঠিল৷ অৱশ্যে বিদ্ৰোহী হিচাপে নহয়সুস্বাদু আহাৰ হিচাপেহে৷

 

অৰূপ কুমাৰ নাথ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...