AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ক্ৰিষ্টি ব্ৰাউন আৰু মই (Christy Brown Aaru Moi)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author জুলী বৰুৱা (Juli Boruah)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS242
Email
Share on Google+
Description

মানুহৰ জীৱনটো একোখন উপন্যাস সদৃশ৷ ঘাত, প্ৰতিঘাত তথা সংঘাত সমূহে একোটা জীৱনক ৰসাল আৰু ৰহস্যময় কৰি তুলে৷ জীৱনটোক কৰি তুলে অতীব সুন্দৰও৷ আনি দিয়ে এৰাব নোৱাৰা মোহ৷ জীৱন জিনাৰ আশাৰে মানুহে সংঘাতকো নেওচি দৌৰি ফূৰে জীৱনৰ পাছে পাছে৷ শূলেহে শূল কঢ়াৰ দৰে জীৱন যন্ত্ৰণাইহে আমাক যন্ত্ৰণাক জয় কৰাৰ মন্ত্ৰ পাঠ দিয়ে৷

জীৱনৰ যন্ত্ৰণাক সাহসেৰে প্ৰত্যাহ্বান জনাই সফলতাৰ চূড়ান্ত শিখৰত অৱতীর্ণ হোৱা ব্যক্তিসকলৰ জীৱন সমূহে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে৷ তেনে মহৎ ব্যক্তিসকলৰ জীৱনটোক জানিবলৈ আৰু বুজিবলৈ মনত সীমাহীন উৎসুকতা জাগে৷ বাসনা জাগে নিজকে তেওঁলোকৰ দৰে গঢ়ি তুলিবলৈ৷

ক্ৰিষ্টি ব্ৰাউন - এজন সাহসী জীৱন যোদ্ধা৷ চেৰিব্ৰেল পালচিত আক্ৰান্ত ক্ৰিষ্টিয়ে যন্ত্ৰণা সমূহক নিজৰ প্ৰতিভাৰ বলেৰে পর্য্যবসিত কৰিব পাৰিছিল সৃষ্টি শীলতালৈ৷ মাত্ৰ 49 টা বসন্ততে জীৱনৰ নাট সামৰা লোকজনে বিশ্বক চমকিত কৰি তুলিছিল - তেওঁৰ সাহিত্যৰাজি আৰু অন্তৰ পৰশা ছবি সমূহৰ জৰিয়তে৷

জুলী বৰুৱা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous