AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

নতুন সমাজ নতুন ৰাজনীতি (Natun Samaj Natun Raajniti)

Rating: 0/5
Our Price:
₹ 220
Author মনোজ শৰ্মা (Manoj Sharma)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB134
Email
Share on Google+
Description

অসমৰ সমাজ জীৱনলৈ লক্ষণীয় পৰিৱর্তন আহিছে৷ দুটা দশক আগলৈ যি ধৰণৰ ৰাজনৈতিক কাম-কাজৰ দ্বাৰা মানুহ সমাজৰ সংকট আৰু সমস্যাৰ বিৰুদ্ধে সংগঠিত হৈছিল, তেনেধৰণে আজি আৰু নহয়৷ প্ৰতিদিনেই বিভিন্ন দাবীৰ ভিত্তিত অসমত আন্দোলন হয়, কিন্তু সেই আন্দোলনবোৰৰ চৰিত্ৰ পূর্বতকৈ বহু বেলেগ৷ অসমত প্ৰতিদিনেই চলা এই আন্দোলনবোৰৰ কোনো পূর্বনির্ধাৰিত কার্যসূচী নাথাকে, দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে মুখামুখি হোৱা সমস্যাৰ আধাৰতে এই আন্দোলনবোৰ গঢ়ি উঠে৷ ৰাজনৈতিক আৰু সামাজিক স্থিতিৰ স্পষ্ট বিভাজন সৃষ্টি কৰি এই আন্দোলনত চামিল হোৱা মানুহবোৰে তেওঁলোকৰ আন্দোলনৰ কার্যসূচী, দাবী আৰু শ্লোগানৰ মাজেৰে ঘোষণা কৰিবলৈ লৈছে যে ৰাজনীতিৰ সৈতে তেওঁলোকৰ আন্দোলনৰ কোনো সম্পর্ক নাই৷ সাম্প্ৰতিক সময়ত অসমত আত্মপৰিচয়ৰ সন্ধানত আৰম্ভ হোৱা আন্দোলনৰ নেতৃবর্গৰ ঘোষণা আৰু সিদ্ধান্তবোৰ মন কৰিবলগীয়া৷ নেতৃবর্গই ঘোষণা কৰিছে যে আর্থিক সমস্যাৰ ভিত্তিত তেওঁলোক সংগঠিত হব নোখোজে, তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হল সাংস্কৃতিক পৰিচয়ৰ সন্ধান৷ কিন্তু প্ৰকৃততে আর্থিক আৰু ৰাজনৈতিক দিশটো আওকাণ কৰি কোনো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় অনুসন্ধান সম্ভৱনে?

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168