AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চিনাকি অৰুণাচলৰ অচিনাকি কথা (Chinaki Arunachalor Achinaki Katha)

Rating: 0/5
Our Price:
₹ 200
Author ডাঃ অমৰেন্দ্ৰ গগৈ (Dr. Amarendra Gogoi)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB135
Email
Share on Google+
Description

নীলা নীলা পাহাৰকেইটাই সৰুৰে পৰাই আকর্ষণ কৰিছিল৷ তাৰ ফলস্বৰূপেই গুৱাহাটীৰ চাকৰি এৰি এদিন অৰুণাচলত যোগদান কৰিছিলোঁগৈ৷ ডেৰ কুৰিতকৈ অধিক কাল অৰুণাচলৰ বিভিন্ন ঠাই ঘূৰি-ফুৰি বৈচিএ্যময় অৰুণাচলবাসীৰ বিচিত্ৰ জীৱনধাৰণ প্ৰণালীৰ সৈতে পৰিচিত হৈছিলোঁ৷

আমি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ মানুহৰ কথা জানিবলৈ ব্যগ্ৰ হৈ থাকোঁ, কিন্তু আমাৰ নিচেই কাষতে থকা অৰুণাচলৰ বিষয়ে, ইয়াত বাস কৰা ভাই-ভনীহঁতৰ বিষয়ে জানিবলৈ বিশেষ আগ্ৰহ নকৰোঁ৷ অৰুণাচলৰ বিষয়ে জানিবলৈ বহু কথাই আছে৷  

ডাঃ অমৰেন্দ্ৰ গগৈ

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...