AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দেৱকুমাৰ বৰা-আমাৰ অনুভৱ প্ৰথম খণ্ড (Deba Kumar Bora-Aamar Anubhav Part 1)

Rating: 5/5
Our Price:
Free
Author Various
Language Assamese
Publisher Nirvana Sutra
Book Code  NS243
Email
Share on Google+
Description

দেৱকুমাৰ বৰা (27 অক্টোবৰ 1955 - 31 মার্চ, 2011) আমাৰ সকলোৰে বাবে হৃদয় পৰশা এই নামটি অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ সতে প্ৰায় চাৰিটা দশক কাল জড়িত হৈ আছিল৷ ছাত্ৰাৱস্থাৰ পৰাই অভিনৱ চিন্তা, আঁচনি, কর্মৰে অসমৰ সমাজখনৰ লগত জড়িত হৈ কামত ব্ৰতী হোৱা, ঐতিহাসিক অসম আন্দোলনত অগ্ৰণী ভূমিকা লোৱা ছাত্ৰ নেতা, পৰৱর্তী কালত 1985-90 চনৰ কার্যকালৰ বাবে তিতাবৰ সমষ্টিৰ সফল বিধায়ক, 1988-90 চনৰ অতি কম সময়ৰ বাবে কার্যনির্বাহ কৰিও অসমৰ অন্যতম দক্ষ কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰূপে এই খণ্ডলৈ ব্যাপক পৰিবর্তন অনা, জীৱনৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞাৰ সাধনা কৰি 1992-96 কালছোৱাত দৈনিক জনমভূমি বাতৰি কাকতৰ সম্পাদকৰূপে কার্যনির্বাহ কৰি তথ্য সমৃদ্ধ লেখাৰে সু-সাংবাদিকতা কৰাৰ লগতে নৱপ্ৰজন্মৰ লিখক-সাংবাদিকক উৎসাহিত কৰা, ইয়াৰ পিছৰ কালছোৱাত ৰাজ্যিক পৰিকল্পনা পৰিষদৰ উপাধ্যক্ষ ৰূপে ৰাজ্যৰ অর্থনৈতিক খণ্ডৰ উন্নয়নত আত্মনিয়োগ কৰা আৰু 2003 চনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা ৰূপে দায়িত্ব পালন কৰি ৰাজ্যখনৰ সামাজিক, সাংস্কতিক, অর্থনৈতিক তথা বিদ্যায়তনিক দিশসমূহৰ বিভিন্ন ক্ষেত্ৰত কেতবোৰ বাস্তৱসন্মত কামৰ গুৰি বঠা ধৰি অসমৰ সমাজ জীৱনলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে৷

Reviews

Glad that the Future Generations will now know that we witnessed probably the most underrated visionary politician. Gre....
Angshuman Saikia
More reviews

Related Books

Customers who bought this also bought ...