AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দুপৰত অন্ধকাৰ (Darkness at Noon)

Rating: 0/5
Our Price:
₹ 200
Author আৰ্থাৰ কোৱেষ্টলাৰ (Arthur Koestler)
Translator  গোলোক চন্দ্ৰ দত্ত (Golok Chandra Dutta)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB141
Email
Share on Google+
Description

সংবাদসেৱী, লেখক, কাকতৰ সম্পাদক আর্থাৰ কোৱেষ্টলাৰৰ বিখ্যাত কিতাপ DARKNESS AT NOONৰ অসমীয়া অনুবাদ৷

1905 চনত বুডাপেষ্টত আর্থাৰ কোৱেষ্টলাৰৰ জন্ম হয়৷ তেওঁ বহুবাৰ কাৰাগাৰ আৰু হাস্পতাললৈ অহা-যোৱা কৰে৷ ছোভিয়েট ইউনিয়নৰ অতিথি হিচাপে তেওঁ মধ্য এছিয়া ভ্ৰমণ কৰে৷ পেৰিচত থাকি ষ্টেলিনবিৰোধী আৰু হিটলাৰবিৰোধী জার্মান বাতৰি কাকত সম্পাদনা কৰে৷ এইবিলাক কামৰ উপৰি তেওঁ ভালেমান কিতাপ লিখে৷ এইসমূহৰ অন্যতম এখন কিতাপ হDARKNESS AT NOON

1941 চনত যেতিয়া প্ৰথম ছপা হৈ ওলায়, তেতিয়া এই কিতাপখনে এটা আলোড়নৰ সৃষ্টি কৰে৷ কিতাপখন ৰাজনৈতিক ভাবধাৰাৰ পৰা লিখা হলেও ইয়ে এটা বিশেষ সময়ৰ ব্যক্তিৰ মানসিক সংঘাতৰ কথাবিলাক দাঙি ধৰিছে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168