AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দেৱকুমাৰ বৰা-আমাৰ অনুভৱ দ্বিতীয় খণ্ড (Deba Kumar Bora-Aamar Anubhav Part 2)

Rating: 0/5
Our Price:
Free
Author Various
Language Assamese
Publisher Nirvana Sutra
Book Code  NS244
Email
Share on Google+
Description

অভূতপূর্ব গণ আন্দোলনত বলিষ্ঠ নেতৃত্ব দিয়া ব্যক্তিৰূপে পঁচাশীৰ নির্বাচনত তিতাবৰ বিধান সভা সমষ্টিৰপৰা বিপুল ভোটৰ ব্যৱধানত বিধায়ক হৈ দিছপুৰলৈ যাত্ৰা৷ অগপৰ বিধায়িনী দলৰ নেতাৰ উপৰি নিজৰ দক্ষতাৰ বলতে কম দিনৰ ভিতৰতে কৃষি, জলসিঞ্চন বিভাগৰ দৰে গুৰুত্বপূর্ণ বিভাগৰ কেবিনেট মন্ত্ৰীস্বৰূপে কার্যনির্বাহ কৰোঁতে দুর্নীতিমুক্ত হৈ সফলতা অর্জন কৰিব পৰাটোও বৰাৰ ৰাজনৈতিক জীৱনৰ অন্যতম কৃতিত্ব৷ পৰিকল্পনা বর্ডৰ অধ্যক্ষৰ দায়িত্ব লৈ সুখ্যাতিৰে পালন কৰাৰ মূলতে আছিল দেৱ বৰাৰ এক দূৰদৃষ্টিসম্পন্ন মন, বুদ্ধিদীপ্ততা আৰু বিচক্ষণতা৷ অসমৰ উন্নয়ন আৰু প্ৰগতিৰ সপোন দেখা, মাটিৰ গোন্ধে উদ্বাউল কৰা দেৱ বৰাই সীমিত সুবিধাৰ মাজতে যি কৰি গল সেয়া তেওঁৰ মৃত্যুৰ পৰিধি ভাঙি সদায় স্মৰণীয় হৈ ৰব৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...