AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দেৱকুমাৰ বৰা-আমাৰ অনুভৱ তৃতীয় খণ্ড (Deba Kumar Bora-Aamar Anubhav Part 3)

Rating: 5/5
Our Price:
Free
Author Various
Language Assamese
Publisher Nirvana Sutra
Book Code  NS245
Email
Share on Google+
Description

ছাত্ৰ জীৱনৰপৰাই তেওঁৰ চিন্তা-চর্চা আৰু জাতীয়তাবাদী চেতনাৰে এক আদর্শ জীৱন গঢ়ি তুলিছিল৷ তেওঁৰ সেই চিন্তাৰ ফলপ্ৰসূতা আমি কেন্দ্ৰীয় চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত হোৱা অসম চুক্তিত তেখেতে লোৱা ভূমিকাত দেখিবলৈ পাওঁহক৷ গ্ৰাম্য অর্থনীতিৰ উন্নয়নৰ ক্ষেত্ৰত সদা জাগ্ৰত দেৱকুমাৰ বৰাই অসমৰ কৃষিমন্ত্ৰী হৈ থকাৰ সময়ত লোৱা আঁচনিসমূহ বিশেষকৈ পথাৰ পৰিচালনা সমিতি গঠনৰ যি ভূমিকা তাৰ এক সুদূৰপ্ৰসাৰী গ্ৰাম্য অর্থনীতিৰ বুনিয়াদ গঠন কৰি গৈছে৷ তদুপৰি এজন ৰাজনৈতিক ব্যক্তিৰ জীৱন পৰিক্ৰমাত তেওঁৰ অন্য এক সামাজিক প্ৰমূল্যবোধ চিন্তা-চর্চা মন কৰিবলগীয়া৷

 

মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হিচাপে কার্যনির্বাহ কৰি থকা অৱস্থাত অসমৰ বৌদ্ধিক জগতৰ বৰেণ্য ব্যক্তিসকলৰ চৰকাৰী বঁটা-বাহন প্ৰদানৰ ব্যৱস্থাৰ যোগেদি গোটেই অসমতে এক অনন্য বৌদ্ধিক যাত্ৰাৰ উন্মোচিত কৰিছিল৷ চৰকাৰী খৰচত বহু অপ্ৰকাশিত গ্ৰন্থ, স্মৃতিগ্ৰন্থ, সংকলন তেখেতৰ প্ৰচেষ্টাতে প্ৰকাশ কৰি সমাজত সাহিত্য আৰু সাহিত্যিক সচেতনতা বৃদ্ধি কৰাত সহায় কৰিছিল৷ তেখেতৰ সকলো কর্মতে জ্ঞানস্পৃহা, ৰসস্পৃহাৰ লগতে জ্ঞানলব্ধ গুণ কোনো ৰাজনৈতিক নেতাৰ (সাংসদ হেম বৰুৱাৰ বাদে) মাজত দেখা পোৱা নগৈছিল৷

Reviews

তেও এজন ভাল অসমীয়া নেতা আছিল।....
parag das
More reviews

Related Books

Customers who bought this also bought ...

Next Previous