AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

পৰ্ণ কুটীৰ (Parna Kutir)

Rating: 0/5
Our Price:
₹ 80
Author পাৰ্থ প্ৰদীপ বৰা (Partha Pradip Bora)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB143
Email
Share on Google+
Description

মাডাম ডি জর্জৰ অদ্ভুত পৃথিৱীখনলৈ সেইদিনা সোমাই গলোঁ৷ এক বৃহৎ সেউজীয়াৰ মাজত মাডামৰ ঘৰটো সন্ধ্যাৰ জোনাকত জিলমিলাইছিল৷ মাডাম থিয় হৈ আছিল চোতালত৷ তিনি হাজাৰ কিলোমিটাৰ দূৰত্বৰ এখন অনামী হৃদয় সেইদিনা মাডামৰ ঘৰখনত পিত্পিতাই ফুৰিছিল৷ বহু সময় কাকো নেদেখি সুধিলোঁ– ‘মাডাম, ইঅৰ ফেমিলী?’ মাডাম খন্তেক স্তব্ধ হৈ ৰল৷ বৰা, কাম উইথ মি৷অলপ সংকোচেৰে মাডামৰ শোৱাকোঠা পালোঁগৈ৷ কোঠাটোত পৰি আছে এজনী মূক-বধিৰ পংগু সাত-আঠ বছৰীয়া ছোৱালী৷ বৰা, আই এম এ লাইভ অন্লী ফৰ হাৰ!মাডামে জীৱন কাহিনীৰ পাত লুটিয়াইছিল৷ সি মানে মোৰ হাজবেণ্ড তোমালোকৰ নর্থ-ইষ্টৰে লৰা আছিল৷ অৱশ্যে অৰিজিনেল কেৰালাৰ মানুহ সিহঁত৷ কালিকটত একেলগে পঢ়িছিলোঁ৷ এটা এম এন চিত সোমাই সি নর্থ-ইষ্টলৈ গল৷ এদিন শুনা পালোঁহি ইজ কিডনেপড৷মাডাম জিকাৰ খাই উঠিল– ‘তাৰ পাছত আজিও তাৰ একো খবৰ নাই৷ বুজিছা নর্থ-ইষ্টৰ মানুহবোৰক সুধিবাচোন৷ হোৱাই দ্য ফাদাৰ অৱ এ ফিজিকেলী চেলেঞ্জড্ ৱাজ বিইং কিডনেপড?’

----------------------------------

 

পাৰ্থ প্ৰদীপ বৰাৰ বিভিন্ন চিত্তাকৰ্ষক লিখনিৰ সংকলন এয়া৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168